• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰ বিশ্ববিদ্যালয়ত কিতাপ আৰু ই-সম্পদ ক্ৰয়ত ব্যাপক অনিয়ম: উপাচাৰ্যৰ বৰ্খাস্তৰ দাবী শিক্ষক-শিক্ষাৰ্থীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2025 9:53 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাই ২০২৪-২৫ বিত্তীয় বৰ্ষত কিতাপ আৰু ই-সম্পদ ক্ৰয়ত হোৱা অনিয়মক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু এই বিষয়ে এক নিৰপেক্ষ তদন্তৰ বাবে উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙক তাৎক্ষণিক বৰ্খাস্ত কৰাৰ দাবী জনাইছে।

তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ মতে, তেজপুৰ বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ কেপিটেল এছেটছ্ আঁচনিৰ অধীনত ৬.৫ কোটি টকা লাভ কৰিছিল, যাৰ ভিতৰত প্ৰায় ৪.৫ কোটি টকা কিতাপ আৰু ই-সম্পদ ক্ৰয়ত ব্যয় কৰা হৈছিল।

Apply Now

সন্থাই অভিযোগ কৰিছে জেনেৰেল ফাইনেন্সিয়েল ৰুলছ উলংঘা কৰি এক স্বেচ্ছাচাৰী প্ৰক্ৰিয়াৰে কিতাপ ক্ৰয় কৰা নিবিদা দিল্লীস্থিত কেইটামান নিৰ্দিষ্ট বিক্ৰেতাক দিয়া হৈছে।

সন্থাই আঙুলিয়াই দিছে যে কেইবাটাও প্ৰকাশখন গোষ্ঠী – ইণ্ডিকা বুকছ্, ৰিষভ বুকছ্, আদী বুকছ্, মেট্ৰ’ বুকছ্, আৰু ইন্দু বুক চাৰ্ভিচেছ পূৰ্বেও মূল্যবৃদ্ধি আৰু নিম্নমানৰ সামগ্ৰী যোগানৰ অভিযোগত Bodoland University কিতাপ ক্ৰয়ৰ বিতৰ্কৰ সৈতে জড়িত আছিল। এই বিক্ৰেতাসকলক পুনৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ক্ৰয় প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰাই বিশ্ববিদ্যালয়খনক বিতৰ্কৰ ফালে ঠেলি দিছে।

শিক্ষক সন্থাই ১.০৪ কোটি টকা ব্যয় হোৱা ই-সম্পদ ক্ৰয়ৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ কথা বিশেষভাৱে উল্লেখ কৰিছে। সন্থাৰ মতে, বহুতো ই-বুকৰ বিশ্বাসযোগ্য প্ৰকাশন বিৱৰণ, ISBN প্ৰমাণীকৰণ, বা শৈক্ষিক প্ৰামাণিকতা নাই।

উদাহৰণস্বৰূপে প্ৰায় ২২,০০০ টকা মূল্যৰ ‘মাইগ্ৰেচন ষ্টাডিজ’ (Migration Studies) নামৰ কিতাপখন IntechOpen-ই সহযোগ ৰা কৰা মুক্ত-প্ৰৱেশ (open-access) প্ৰকাশনৰ সৈতে মিলে।

‘বায়োইনঅৰগেনিক কেমিষ্ট্ৰি’ (Bioinorganic Chemistry) আৰু ‘লেকচাৰ্ছ অন বায়’লজি’ (Lectures on Biology) নামৰ কিতাপ দুখনো একে মূল্যতে তালিকাভুক্ত কৰা হৈছে, কিন্তু Freeman Press (গাজিয়াবাদ) নামৰ এক অপ্ৰমাণিক প্ৰকাশকৰ অধীনত থকা এই কিতাপ দুখন Caltech আৰু Biodiversity Library-ৰ আৰ্কাইভৰ জৰিয়তে বিনামূল্যে উপলব্ধ।

‘হেণ্ডবুক অৱ কেমিষ্ট্ৰি’ (Handbook of Chemistry) কিতাপখন McGraw-Hill-ৰ এখন পুৰণি সংস্কৰণৰ সৈতে যথেষ্ট মিল খায়।

তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাই লগতে কয় যে কেইখনমান কিতাপ বৈধ ভাবে ক্ৰয় কৰা হৈছে যদিও সেইবোৰত অনুশীলন, শিক্ষণৰ উদ্দেশ্য, বা প্ৰামাণিক চিত্ৰৰ দৰে অত্যাৱশ্যকীয় বৈশিষ্ট্যসমূহ বাদ দিয়া হৈছে। ইয়াৰ উপৰিও, নামী বিক্ৰেতাসকলৰ পৰা ক্ৰয় কৰা ই-বুকসমূহ বিষয়বস্তু নিৰ্বিশেষে সমানে মূল্য নিৰ্ধাৰণ কৰা হৈছিল, যি সম্ভাৱ্য মূল্যবৃদ্ধি আৰু ৰাজহুৱা পুঁজিৰ অপব্যৱহাৰৰ ইংগিত দিয়ে।

সন্থাটোৱে UGC, শিক্ষা মন্ত্ৰালয়, আৰু অন্যান্য কৰ্তৃপক্ষক সমগ্ৰ ক্ৰয় প্ৰক্ৰিয়াটোৰ ফৰেনছিক অডিট কৰিবলৈ আৰু তদন্ত নোহোৱালৈকে উপাচাৰ্যক তাৎক্ষণিক বৰ্খাস্ত কৰিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd