• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৃতীয় মৰ্চা গঠনৰ বাবে তৎপৰ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, নীতিশ কুমাৰক কৰিলে সাক্ষাৎ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 1, 2022 8:06 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত বিজেপি বিৰোধী তৃতীয় মৰ্চা গঠনৰ বাবে তৎপৰ হৈ পৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও । ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আগৰে পৰা ৰাৱে মমতা বেনাৰ্জীকে ধৰি বহু ৰাজনীতিকক সাক্ষাৎ কৰি আহিছে। শেহতীয়াকৈ তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰি বিজেপি বিৰোধী ঐক্য গঠনৰ প্ৰক্ৰিয়াক আগুৱাই নিব বিচাৰিছে।

তেওঁ সকলোকে “বিজেপি মুক্ত ভাৰত” সৃষ্টিত অৰিহণা যোগাবলৈ আহ্বান জনায়। দেশখনে সন্মুখীন হোৱা সমস্যাৰ বাবে কেন্দ্ৰৰ গেৰুৱা দলৰ চৰকাৰকে দোষাৰোপ কৰে ৰাৱে।

Apply Now

পাটনাত নীতিশ কুমাৰৰ সৈতে একেলগে অংশগ্ৰহণ কৰা এখন সংবাদমেলত ৰাৱে নীতিশ কুমাৰক “বড়ে ভাই” (ডাঙৰ ভাতৃ) বুলি অভিহিত কৰে। ৰাৱে ঐক্যবদ্ধ বিৰোধীদলৰ নেতৃত্ব কোনে ল’ব আৰু কংগ্ৰেছক লগত লোৱা হ’ব নে নাই সেই সম্পৰ্কীয় প্ৰশ্নৰো উত্তৰ দিয়ে।

সংবাদমেলত ৰাৱে কয়”এই বিষয়বোৰ যথা সময়ত নিৰ্ণয় কৰা হ’ব। আমি কোনো খৰখেদা নকৰোঁ”।

ৰাৱে মোদীৰ চৰকাৰে কোনো বিৰোধী দলৰ সৈতে আলোচনা নকৰাকৈ সশস্ত্ৰ বাহিনীত নিযুক্তিৰ বাবে “অগ্নিপথ” আঁচনি গ্ৰহণ কৰা বুলি আজি পুনৰবাৰ অভিযোগ কৰে।

“কেচিআৰ” নামেৰে জনাজাত টিআৰএছৰ মুৰব্বীগৰাকীয়ে বিহাৰৰ বিশেষ শ্ৰেণীৰ মৰ্যাদাৰ দাবী “প্ৰত্যাখ্যান” কৰাৰ বাবে বিজেপিক সমালোচনা কৰে।চৰকাৰী প্ৰতিষ্ঠানৰ ব্যক্তিগতকৰণৰ বাবে আৰু ৰাজ্যসমূহৰ উদ্বেগৰ প্ৰতি উদাসীনতা দেখুওৱাৰ বাবেও কেন্দ্ৰক তেওঁ সমালোচনা কৰে।

উল্লেখ্য কেচিআৰে বহু বছৰ আগতে আমেৰিকা ভ্ৰমণৰ সময়ত “আব কি বাৰ ট্ৰাম্প চৰকাৰ” উচ্চাৰণ কৰাৰ বাবে মোডীক উপহাস কৰিছিল, ইয়াক “কূটনৈতিক ভুল” বুলি অভিহিত কৰিছিল। সংবাদমেলত ৰাৱে কয়, “নীতিশ কুমাৰ দেশৰ জ্যেষ্ঠতম আৰু শ্ৰেষ্ঠ নেতাসকলৰ ভিতৰৰে এজন।

অৱশ্যে গুৰুত্বপূৰ্ণ বিষয়বোৰ সন্দৰ্ভত পিছত সিদ্ধান্ত লম”। উল্লেখ্য ভাৰতক বিজেপি মুক্ত কৰি তোলাৰ বাবে দেশৰ বহু অনা-বিজেপি দলে একত্ৰিত হোৱাৰ আখৰা চলাই আছে। অৱশ্যে সেয়া এতিয়াও মজবুত হৈ উঠা নাই। ২০২৪ ৰ নিৰ্বাচনৰ পূৰ্বে তৃতীয় মৰ্চা গঠন হ’লে বিহাৰকে ধৰি দেশৰ কেইবা খনো ৰাজ্যত বিজেপি শলঠেকত পৰিব বুলি ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd