• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ পৰ্যটনথলী পৰিদৰ্শন চীন আৰু থাইলেণ্ডৰ শিল্পীদলৰ

by
November 5, 2019 4:41 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ পৰ্যটন ক্ষেত্রৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা “Soulful Sivasagar” পদক্ষেপৰ অংশস্বৰূপে শিৱসাগৰ জিলা প্ৰশাসনৰ আমন্ত্ৰণ ৰক্ষা কৰি সুদূৰ চীনদেশ আৰু থাইলেণ্ডৰ ২১ গৰাকী শিল্পীৰ এটি দলে সোমবাৰে অৰ্থাৎ ৪ নৱেম্বৰত শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনৰ বিভিন্ন পৰ্যটন থলী পৰিদৰ্শন কৰে।

শিৱদৌল, শিৱসাগৰ পুখুৰী, ৰংঘৰ, তলাতল ঘৰ, ন-পুখুৰী আদি ঐতিহাসিক পৰ্যটনথলী সমূহ পৰিদৰ্শন কৰি দলটোৱে জিলাখনৰ ঐতিহ্য-সংস্কৃতিৰ বিষয়ে আভাস লয়।

Apply Now

উল্লেখযোগ্য যে বিশিষ্ট লোকশিল্পী জিনা ৰাজকুমাৰীৰ উদ্যোগত তথা বৰলুইত কলাকৃষ্টি বিকাশ কেন্দ্ৰ আৰু সমৃদ্ধিৰ সহযোগত এই শিল্পীৰ দলটিয়ে যোৱা ১ নৱেম্বৰৰ পৰা যোৰহাটত অৱস্থিত চ্যুকাফা সমন্বয় ক্ষেত্ৰত আৰম্ভ হোৱা ‘দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন আৰু প্ৰদৰ্শনী’ত অংশগ্ৰহণ কৰিবলৈ আহিছে। এই সন্মিলন অহা ৮ নৱেম্বৰত সামৰণি পৰিব।

শিৱসাগৰ জিলাৰ উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াই শিল্পীসকলৰ আগমনত উষ্ম আদৰণি জনায়। দুপৰীয়া বিদেশী শিল্পীৰ দলটিয়ে ৰুদ্ৰসাগৰস্থিত অসম পৰ্যটন প্ৰকল্পত থলুৱা-পৰম্পৰাগত খাদ্য-সম্ভাৰৰ জুতি লয়। তেওঁলোকে জিলা প্ৰশাসনৰ তৰফৰ পৰা আগবঢ়োৱা আতিথ্যৰ বাবে আন্তৰিকতাৰে শলাগ লয়।

ইয়াৰ পিছত অসম পৰ্যটন প্ৰকল্প প্ৰাংগণত চীনা আৰু থাই শিল্পী সকলে সুমধুৰ সংগীত আৰু মনোমোহা নৃত্য পৰিবেশনৰ দ্বাৰা উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি তোলে।

এই অনুষ্ঠানত য়ুনিচেফৰ অধীনস্থ জিলা শিশু আৰু কিশোৰ-কিশোৰী কোষৰ উদ্যোগত জিলাখনৰ ভালেসংখ্যক প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীয়ে দিহানাম আৰু জিকিৰৰ মাধ্যমেৰে সুৰা তথা অন্যান্য মাদক দ্ৰব্যৰ ভয়াবহতা আৰু ইণ্টাৰনেটৰ দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে সজাগতমূলক সংগীতানুষ্ঠান পৰিবেশন কৰে।

উপস্থিত শিল্পীসকলৰ অনুৰোধ ৰক্ষা কৰি জিলা উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াই কৰ্ণাটকী শাস্ত্ৰীয় সংগীত পৰিবেশন কৰে।

ভাষণ প্ৰসংগত উপায়ুক্তগৰাকীয়ে তেওঁ জিলাখনৰ পৰ্যটন উদ্যোগৰ প্ৰসাৰ আৰু বিকাশৰ লক্ষ্যৰে আৰম্ভ কৰা ‘Soulful Sivasagar’ অভিযানৰ বিষয়ে বিতংকৈ অৱগত কৰে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

September 17, 2026 8:06 am
ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

September 17, 2026 7:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd