• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’না ভাইৰাছৰ ঔষধ আৱিষ্কাৰ; দাবী থাইলেণ্ডৰ চিকিৎসকৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 3, 2020 3:24 pm

1 min read

মণিপুৰৰ মহিলাৰ শৰীৰত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ লক্ষণ

প্ৰতিনিধিত্বমূলক ছবি

7.2k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ আতংক এতিয়া চীনতে সিমিত হৈ থকা নাই। সমগ্ৰ বিশ্বই এতিয়া ইয়াকলৈ চিন্তাত পৰিছে। চীনত বৰ্তমানলৈকে কৰ’ণা ভাইৰাছত আক্ৰান্ত ৩৬০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

চিকিৎসকলে উক্ত প্ৰাণনাশী ভাইৰাছৰ বিৰুদ্ধে দিনে-নিশাই যুঁজ চলাই আছে যদিও ৰোগীক আৰোগ্য কৰাত বিশেষ কোনো ফল লাভ কৰা নাই।

অৱশ্যে ইয়াৰ মাজতে থাইলেণ্ডৰ এটা চিকিৎসকৰ দলে এইক্ষেত্ৰত কিছু আশাৰ খবৰ আনিছে।

দেশখনৰ স্বাস্থ্য বিভাগে দাবী কৰা মতে কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ হস্পিতালত ভৰ্তি হৈ থকা এগৰাকী মহিলা ওপৰত প্ৰয়োগ কৰা ঔষধে ভাল ফল দেখুৱাইছে।

থাইলেণ্ডৰ এগৰাকী চিকিৎসকে জনোৱা মতে চীনৰ উক্ত ৭১ বছৰীয়া মহিলা গৰাকীক ফ্লু আৰু HIVৰ এণ্টি ভাইৰেল সংমিশ্ৰণ কৰি তৈয়াৰ কৰা ‘ককটেল’ৰে চিকিৎসা কৰা হৈছিল।

চিকিৎসাৰ ৪৮ ঘণ্টাৰ ভিতৰতে তেওঁ সুস্থ হৈ উঠা বুলি দাবী কৰি চিকিৎসকে লগতে কয় যে মহিলা গৰাকীৰ দেহত বৰ্তমান ক’ৰ’না ভাইৰাছৰ উপস্থিতি নাই।

উল্লেখযোগ্য যে থাইলেণ্ডত দেওবাৰৰলৈকে ১৯ গৰাকী ব্যক্তিৰ দেহত কৰ’ণা ভাইৰাছ পোৱা গৈছে। ভাৰতত এই পৰ্যন্ত তিনিজন ব্যক্তি আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd