• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইয়াকেই কয় ভাগ্য! মাত্ৰ ১৬৩টকাৰে খাবলৈ কিনি অনা শামুকত মহিলাই পালে ৩কোটি টকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 28, 2021 11:37 am

2 min read

Thai woman get pear of crores
10.6k
VIEWS
Share on FacebookShare on Twitter

ভাগ্যৰ চকৰি কেতিয়া ঘুৰে কোৱাটো টান।থাইলেণ্ডৰ এগৰাকী দৰিদ্ৰ মহিলাই মাত্ৰ ৭০ভাট অৰ্থাৎ ভাৰতীয় মুদ্ৰাত মাত্ৰ ১৬৩টকাত কিনি অনা খাদ্যৰ মাজত পালে কেইবা কোটি টকাৰ মুকুতা।

বাতৰি অনুসৰি, থাইলেণ্ডৰ ছাতুন প্ৰদেশৰ কোডছাকৰ্ণ তান্টিয়ুৱাটকুল নামৰ মহিলাগৰাকীয়ে ৭০ ভাট দি খাবলৈ এটা সামুদ্ৰিক শামুক কিনি আনিছিল।

ঘৰলৈ আহি মহিলাগৰাকীয়ে সেইটো টুকুৰাকৈ কটাৰ পাছত তাৰ ভিতৰৰ পৰা কমলা ৰঙৰ এটা বস্তু ওলাই পৰে।

প্ৰথমতে পাথৰ বুলি অনুমান কৰে যদিও পাছত বুজিব পাৰে যে সেইটো আচলতে এটা মুকুতাহে। তাকো একেবাৰে অমূল্য ৰত্ন মেলো পাৰ্ল।

জানিব পৰা মতে, ১.৫ছেন্টিমিটাৰ ব্যাসৰ সেই মুক্তাৰ ওজন হৈছে ৬গ্ৰাম। আন্তৰ্জাতিক বজাৰত ইয়াৰ দাম প্ৰায় ৩কোটি টকা।

মহিলাগৰাকীৰ লগতে তেওঁৰ পৰিয়ালে প্ৰথমতে গোটেই বিষয়টো লুকুৱাই ৰাখিছিল কিয়নো সেয়া জানিব পাৰিলে হয়তো সেই বিক্ৰী কৰা দোকানীজনে মুকুতাটো ঘুৰাই বিচাৰিব পাৰে।

পাছত তেওঁলোকে সেইটো বিক্ৰী কৰাৰ সিদ্ধান্ত লয়। কিন্তু ইমান টকাৰে দৰাচলতে তেওঁলোকে কি কৰিব?

এই সন্দৰ্ভত কোডছাকৰ্ণৰ পিতৃ নিৱৱাতে জানিবলৈ দিয়ে যে সদ্যহতে তেওঁলোকক প্ৰায় ভাৰতীয় মুদ্ৰাত প্ৰায় ২৩.৩৪কোটি টকাৰ প্ৰয়োজন। কিয়নো তেওঁৰ পত্নী কেন্সাৰত আক্ৰান্ত। সেয়েহে, তেওঁৰ চিকিৎসাৰ বাবে এতিয়া মুকুতাটো তেওঁলোকে বিক্ৰী কৰিব।

যিয়েই নহওক, দৰিদ্ৰৰ সহায় ভগৱান বোলা কথাষাৰে যেন বাস্তৱত দেখা গৈছে তাৰেই বহিৰ্প্ৰকাশ ঘটিছে বিভিন্নজনৰ ভাষ্যত।

Recent News

Bhitali Das1

অৱশেষত কোভিডৰে হাৰ মানিলে কণ্ঠশিল্পী ভিতালী দাসে :সন্ধিয়া ৭.০৫ বজাত শেষ নিশ্বাস ত্যাগ

Himanta-Biswa-Sarma-2-750x375

নিৰ্বাচনৰ সময়ত কোভিড নাছিল! স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কিমান যুক্তিসংগত?

HBS press meet

স্থগিত হ’ব নেকি ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা! কি ক’লে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd