• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’না ৰোগীৰ মৃতদেহৰ পৰা সংক্ৰমণৰ প্ৰথমটো ঘটনা থাইলেণ্ডত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2020 10:02 pm
COVID-19: 14 from BSF released from hospital on Wednesday

প্ৰতিনিধিত্বমূলক ফটো

28k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ৰোগীৰ মৃতদেহৰ পৰা কৰ’নাভাইৰাছ সংক্ৰমণৰ প্ৰথমটো ঘটনা থাইলেণ্ডত নিশ্চিত কৰা হৈছে।

বাতৰি মতে, এটা মৃতদেহৰ পৰা এগৰাকী স্বাস্থ্য কৰ্মীলৈ কৰ’নাভাইৰাছ বিয়পিছিল।

জাৰ্নেল অৱ ফৰেনছিক এণ্ড লীগেল মেডিচিন ষ্টাডি নামৰ জাৰ্নেলৰ উদ্ধৃতিৰে BuzzFeed Newsএ এই বাতৰি প্ৰকাশ কৰিছে।

মৃতদেহত কিমান সময়লৈকে কৰ’নাভাইৰাছ থাকে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।

সেয়ে বিশেষজ্ঞসকলে মৃতদেহৰ সৎকাৰৰ লগত জৰিত ব্যক্তিসকলে বিশেষ সাৱধানতা ল’ব লাগে বুলি মন্তব্য কৰিছে।

ক’ভিড-১৯ ৰোগী বা মৃতদেহৰ সৈতে ওচৰলৈ আহোতে প্ৰত্যকেই পি পি ই ব্যৱহাৰ কৰিব লাগে, এগৰাকী বিশেষজ্ঞই কয়।

উল্লেখযোগ্য যে অসমত ক’ভিড-১৯ত মৃত্যু হোৱা প্ৰথমজন ৰোগীৰ শেষকৃত্যত স্বাস্থ্য বিভাগে বিশেষ সতৰ্কতা গ্ৰহণ কৰিছিল।

থাইলেণ্ডত এতিয়ালৈকে ২৬১৩গৰাকী ক’ভিড-১৯ ৰোগী চিনাক্ত হৈছে আৰু এতিয়ালৈকে ৪১ গৰাকীৰ মৃত্যু হৈছে।

দেশখনত এতিয়ালৈকে ১৪০৫ গৰাকী ক’ভিড-১৯ ৰোগী সুস্থ হৈ ঘৰলৈ উভটিছে।

ইবলাৰ দৰে ৰোগৰ ক্ষেত্ৰতো মৃতদেহৰ পৰা ৰোগ সংক্ৰমণ হোৱা দেখা গৈছিল।

বিশ্ব স্বাস্থ্য সংস্থাই হেপাটাইটিছ, টিবি আৰু কলেৰা ৰোগীৰ মৃতদেহৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বনৰ বাবে নিৰ্দেশনা দিয়ে।

Tags: COVID-19

Recent News

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd