• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্ত বিচাৰি সচিবালয়ৰ সন্মুখত আপৰ প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2023 5:50 pm
Created with GIMP

Created with GIMP

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পৰ্যন্ত চৰকাৰৰ কোনো মন্ত্ৰী- বিধায়ক,আমোলা,শীৰ্ষ আৰক্ষী বিষয়াই জোনমণি ৰাভাৰ পৰিয়ালৰ কাষলৈ নোযোৱাটো পৰিতাপৰ বিষয়।

আৰক্ষী বিষয়া জোনমনি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্তৰ দাবীত আজি আম আদমি পাটি, অসমে দিছপুৰ সচিবালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে৷ হাতে হাতে প্লে – কাৰ্ড লৈ আপৰ সদস্য সকলে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত দিয়ক, গৃহ বিভাগ হায় হায়, নকল সোণৰ কলা ব্যৱসায়ীক ৰক্ষণা বেক্ষণ দিয়া আৰক্ষীক গ্ৰেপ্তাৰ কৰক আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। 

Apply Now

আপৰ সদস্য সকলে সচিবালয়ৰ প্ৰবেশ কৰাত আৰক্ষীয়ে বেৰিকেড লগাই বাধা দিয়ে। প্ৰতিবাদত অংশ গ্ৰহণ কৰি ‘আপ’ৰ ৰাজ্যিক উপ সভাপতি ডেকাই কয় যে – জোনমণি ৰাভাৰ মৃত্যুৰ পিছৰে পৰা এই মৃত্যু সন্দৰ্ভত ন ন তথ্য প্ৰকাশ পাইছে।দুৰ্ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমৰ আগত ৰখা বক্তব্যই এয়া এক দুৰ্ঘটনা নহয় যেন এক হত্যা কাণ্ডহে তেনে আশংকাৰ সৃষ্টি কৰিছে। আনহাতে এই ঘটনাত নকল সোণ, ড্ৰাগছৰ চোৰাং ব্যৱসায় কৰা এটা চক্ৰ জড়িত থকাৰ কথাও প্ৰকাশ পোৱাৰ লগতে নগাঁও আৰু লখিমপুৰ জিলাৰ আৰক্ষী জড়িত থকাৰ কথা প্ৰকাশ পাইছে । 

যিহেতু চি আই ডি অসম আৰক্ষীৰ এটা শাখা ঘটনাটোত আৰক্ষী জড়িত থকাৰ কথা প্ৰকাশ পাইছে সেয়ে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত নিৰপেক্ষ হোৱাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে চি বি আই ক অৰ্পণ কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কৈছে যে জোনমনি ৰাভাৰ পৰিয়ালে বিচাৰিলে চি বি আই তদন্ত দিব৷ এইটো কেনে কথা।

এগৰাকী আৰক্ষী বিষয়া গৃহ বিভাগৰ অন্তৰ্গত৷ গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰে এগৰাকী বিষয়া আছিল জোনমণি ৰাভা। গতিকে মুখ্যমন্ত্ৰীয়ে চি বি আই তদন্ত দিব লাগে। আজি জোনমণি ৰাভাৰ মৃত্যু হোৱাৰ ইমান দিন পিছতো তেওঁৰ পৰিয়ালৰ ওচৰত চৰকাৰৰ কোনো এগৰাকী মন্ত্ৰী, বিধায়ক, আমোলা, শীৰ্ষ আৰক্ষী বিষয়াই মাত এষাৰ দিবলৈ যোৱা নাই, ই পৰিতাপৰ বিষয়।

জোনমনি ৰাভা এগৰাকী আৰক্ষী বিষয়া হোৱাৰ লগতে এগৰাকী অসমৰ জীয়ৰী। গতিকে হত্যাকাণ্ড বুলি চৰ্চা হোৱা জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্ত দিব লাগে ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd