• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বনৰীয়া হাতীৰ বাবে কৰা খেতি আহি খাই উভতি গ’ল বনৰীয়া হাতীৰ পাল; অনিষ্ট নকৰিলে আন শস্যৰ

হস্তীবন্ধু দীপ ভূঞা আৰু দুলু বৰাক কৃতজ্ঞতা উপকৃত কৃষকৰ

NE NOW NEWS ভাৰ্গব হাজৰিকা
পুৰণিগুদাম , November 13, 2019 11:45 am

1 min read

IMG_20191112_223533_930

ফটো : নৰ্থ-ইষ্ট নাও

979
VIEWS
Share on FacebookShare on Twitter

বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৰোধৰ বাবে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী হাতীখলি-ৰংহাং গাঁৱত হাতী বন্ধু, প্ৰদীপ ভূঞা আৰু দুলু বৰাই গ্ৰহণ কৰা বিশেষ পদক্ষেপে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে কৃষক ৰাইজৰ।

হাতীৰ জাকক লোকালয়ত প্ৰৱেশত বাধা আৰু খাদ্য যোগান ধৰাৰ উদ্দেশ্যে অঞ্চলটোত ২০০ বিঘা ভূমিত ধান খেতি কৰা হৈছিল। এই ধান খেতিৰ বাবেই হাতীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাইছে অঞ্চলবাসী।

যোৱা কিছু দিন ধৰি হাতীৰ জাকে নিয়মীতভাৱে উক্ত খেতি ডৰালৈ ধান খাবলৈ আহে আৰু খোৱা শেষ হোৱাৰ পাছত জাকটো পুনৰ কাৰ্বি পাহাৰলৈ উভতি যায়।

হাতী আৰু মানুহৰ মাজৰ সংঘাত দূৰ কৰাৰ বাবে হাতীবন্ধু, দুলু বৰা আৰু গাঁওবাসীৰ এই অভিনৱ পদক্ষেপৰ সফল পৰিসমাপ্তি প্ৰত্যক্ষ কৰি এতিয়া উচৱমুখৰ পৰিবেশে বিৰাজ কৰিছে গাঁওখনত।

এই খেতি ডৰাৰ বাবেই ৰংহাং গাঁৱৰ ভৈয়ামৰ কৃষকৰ ধাননি পথাৰত বনৰীয়া হাতীৰ জাকে চলোৱা নাই উপদ্ৰৱ। প্ৰথমবাৰৰ বাবে কষকে সুকলমে ধান কাটি ঘৰলৈ নিব পৰাত আনন্দ প্ৰকাশ কৰাৰ লগতে হাতী বন্ধু, প্ৰদীপ ভূঞা আৰু দুলু বৰাক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, নগাঁও জিলাৰ বন বিভাগেও পৰৱৰ্তী সময়ত এই অভিনৱ পদক্ষেপৰ জৰিয়তে ভাৰাক্ৰান্ত অঞ্চলসমূহত হাতী-মানুহৰ সংঘাত নিৰ্মূলকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd