• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলিয়া ভাটৰ স’তে অভিনয় কৰিবলৈ মন ইমৰাণ হাছমিৰ, ‘বলিউড’ক লৈ বিষোদ্গাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2021 8:59 pm
220
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত বলিউডৰ জনপ্ৰিয় অভিনেতা ইমৰাণ হাছমিয়ে চিনেমা উদ্যোগটোক লৈ নিজৰ মনোভাৱ পোষণ কৰিছে।

নিজকে বলিউডৰ জাকজমকতাৰ পৰা নিলগাই ৰখা অভিনেতাজনে কয় যে ই তেওঁ দীৰ্ঘদিনীয়া অভ্যাস। পাপ্পাৰাজীয়ে তেওঁৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰাটো তেওঁ নিবিচাৰে।

বলিউদক ‘ভুৱা’ বুলি অনুভৱ কৰা অভিনেতাজনে কয় যে- ‘‘মই ভাবো এজন মানুহৰ জীৱনটো তেওঁৰ জীৱিকাতকৈ বেছি গুৰুত্বপূৰ্ণ’’।

তদুপৰি মিডিয়াৰ আগত খুব কমকৈ কথা কোৱা ইমৰাণ হাছমীয়ে চেলিব্ৰেটীসকল ‘ডিপ্লমেটিক’ হ’ব লাগে বুলি মতপোষণ কৰে।

‘‘আমি অতি সহজ টাৰ্গেট, আমি ভাল বাতৰি হৈ পৰো’’। অভিনেতাজনে শেহতীয়াকৈ বলিউদকেন্দ্ৰীক ‘মিডিয়া ট্ৰায়েল’ক লৈ এইদৰে আক্ষেপ প্ৰকাশ কৰে।

ইয়াৰোপৰি আলিয়া ভাটৰ স’তে অভিনয় কৰিবলৈ মন ইমৰাণ হাছমিৰ। উল্লেখযোগ্য যে আলিয়া ভাটৰ স’তে ইমৰাণ হাছমিৰ পাৰিবাৰিক সম্পৰ্ক আছে।

‘‘মই তাইক লৈ গৰ্বিত, ইমান কম বয়সতে তাই পুৰঠ হৈ উঠিছে আৰু সঁচাকৈয়ে এগৰাকী শিল্পী হৈ পৰিছে।’’ অভিনেতাজনে কয়।

যোৱা বিশ বছৰীয়া কেৰিয়াৰত মাৰ্ডাৰ, গেংষ্টাৰ, জন্নতকে ধৰি কেইবাখনো চিনেমাৰে জনপ্ৰিয়তা অৰ্জন কৰা ইমৰাণ হাছমী বৰ্তমান মুম্বাই চাগা, সৱ ফাৰ্ষ্ট ক্লাছ, ফাদাৰছ ডে’কে ধৰি কেইবাখনো চিনেমাৰ কামত ব্যস্ত হৈ আছে।

Recent News

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd