• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভা নিৰ্বাচনত নতুন মোৰ: বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমোদ বড়োক সমৰ্থন জনাই স্বাক্ষৰ কৰিলে এআইইউডিএফৰ বিধায়কে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2026 6:01 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজনীতিত আজি এক অতি আচৰিত ঘটনা দেখিবলৈ পোৱা গৈছে। ৰাজ্যসভা নিৰ্বাচনৰ বাবে এনডিএৰ প্ৰাৰ্থী তথা ইউপিপিএল দলৰ মুৰব্বী প্ৰমোদ বড়োৱে বৃহস্পতিবাৰে তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে। কিন্তু সকলোকে আচৰিত কৰি তেওঁৰ সমৰ্থনত আগবাঢ়ি আহিছে বিৰোধী দল এআইইউডিএফৰ তিনিগৰাকীকৈ বিধায়ক। বিজেপিৰ দুজন প্ৰাৰ্থীৰ সৈতে প্ৰমোদ বড়োৱে আজি মনোনয়ন দাখিল কৰে। নিয়ম অনুসৰি এজন প্ৰাৰ্থীক মনোনয়নৰ বাবে অন্ততঃ ২০ গৰাকী বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন হয় আৰু প্ৰমোদ বড়োৰ সমৰ্থনকাৰীৰ তালিকাত এআইইউডিএফৰ বিধায়কৰ নাম থকাটোৱে এতিয়া ৰাজ্যজুৰি চৰ্চাৰ সৃষ্টি কৰিছে।

সূত্ৰৰ পৰা জানিব পৰা মতে এআইইউডিএফৰ যি তিনিগৰাকী বিধায়কে প্ৰমোদ বড়োক সমৰ্থন জনাই স্বাক্ষৰ কৰিছে তেওঁলোক হ’ল কৰিম উদ্দিন বৰভূঞা, নিজাম উদ্দিন চৌধুৰী আৰু জাকিৰ হুছেইন লস্কৰ। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল কৰিম উদ্দিন বৰভূঞাই প্ৰমোদ বড়োক সমৰ্থন জনোৱাৰ পাছতেই আজি এআইইউডিএফ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে। বদৰুদ্দিন আজমলৰ নেতৃত্বত থকা এআইইউডিএফৰ বিধায়কে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক এনেদৰে সমৰ্থন জনোৱা কথাটোৱে বহুতো প্ৰশ্নৰ সৃষ্টি কৰিছে। কাৰণ দলৰ নেতৃত্বৰ সন্মতি নোহোৱাকৈ বিধায়কসকলে এনে পদক্ষেপ লোৱাটো প্ৰায় অসম্ভৱ বুলি বহুতে ধাৰণা কৰিছে।

Apply Now

মন কৰিবলগীয়া যে ইয়াৰ আগতে এআইইউডিএফৰ তৰফৰ পৰা বদৰুদ্দিন আজমলক বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবলৈ চেষ্টা কৰা হৈছিল। কিন্তু এতিয়া দলটোৰ নিজৰ বিধায়কেই চৰকাৰী পক্ষৰ প্ৰাৰ্থীক সমৰ্থন কৰাত অসমৰ ৰাজনৈতিক সমীকৰণ সম্পূৰ্ণ সলনি হৈ পৰিছে। প্ৰমোদ বড়োৱে অলপতে বিটিচি নিৰ্বাচনত হাগ্রামা মহিলাৰীৰ হাতত পৰাজয়বৰণ কৰিছিল যদিও তেওঁ এতিয়াও ৰাজ্যত বিজেপিৰ এজন অতি ঘনিষ্ঠ সহযোগী হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd