• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতৰ মহুৰাপথাত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ২০২০ চনৰ অধিবেশন

উত্তম শইকীয়া by উত্তম শইকীয়া
September 9, 2018 6:29 am
sankar sangha

শনিবাৰে কমাৰগাঁৱৰ বৰদিহিঙ্গীয়া বৰনামঘৰত অনুষ্ঠিত বিশেষ প্ৰতিনিধি সভা। ফটো : নৰ্থইষ্ট নাও

361
VIEWS
Share on FacebookShare on Twitter

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ২০২০ চনত বোকাখাতত অনুষ্ঠিত হ’ব লগা ৮৯ সংখ্যক বাৰ্ষিক অধিবেশন সন্দৰ্ভত এখন বিশেষ প্ৰতিনিধি সভা শনিবাৰে কমাৰগাঁৱৰ বৰদিহিঙ্গীয়া বৰনামঘৰত অনুষ্ঠিত হয় ৷

বোকাখাত জিলা শাখাৰ সভাপতি ধনেশ্বৰ লইঙৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ প্ৰতিনিধি সভাখন প্ৰাক্তন শৰণ সদস্য নগেন্দ্ৰ নাথ বৰুৱাৰ প্ৰাৰ্থনাৰে আৰম্ভ হয় ৷ জিলা সম্পাদক চন্দ্ৰকান্ত ভূঞাই উদ্দেশ্য ব্যাখ্যা কৰা এই বিশেষ সভাত আদৰণি ভাষণ দিয়ে প্ৰস্তুতি সমিতিৰ সভাপতি ধৰ্মেশ্বৰ হাজৰিকাই ৷

ইয়াৰ পাছতে প্ৰস্তুতি সমিতিৰ সম্পাদক কুশল গগৈয়ে ২০১৫ বৰ্ষৰ পৰা ২০১৮ বৰ্ষৰ আগষ্ট মাহলৈকে প্ৰস্তুতি সমিতিয়ে সংগ্ৰহ কৰা পুঁজি সন্দৰ্ভত উপস্থিত প্ৰতিনিধিক বিশদ বিৱৰণ দাঙি ধৰে ৷

এই সভাত ২০২০ চনত সঙ্ঘৰ বাৰ্ষিক অধিবেশন বোকাখাত মহকুমাৰ কমাৰগাঁও মহুৰা পথাৰত কৰাৰ বাবে প্ৰতিনিধি সভাই সৰ্ব সন্মতি ক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ক্ষেত্ৰখনৰ নাম “বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ” হিচাপে নামাকৰণ কৰাৰ বাবে প্ৰতিনিধি সভাই সৰ্ব সন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে ৷

শনিবাৰৰ এই বিশেষ প্ৰতিনিধি সভাত ছয়খন আঞ্চলিক শাখাৰ সভাপতি-সম্পাদক, ৬৯ খন প্ৰাথমিক শাখাৰ সভাপতি-সম্পাদক আৰু তিনিশ প্ৰতিনিধি উপস্থিত থাকে।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd