• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ ভাৰ্চুৱেল প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
July 28, 2025 8:30 pm
48
VIEWS
Share on FacebookShare on Twitter

নতুন প্ৰজন্মৰ অভিযন্তা জ্যোষিতা দাসৰ ৰহস্যজনক মৃত্যুৰ চিবিআই তদন্ত বিচাৰি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সামাজিক মাধ্যমত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, প্ৰাক্তন সভাপতি ভূপেন বৰা, ৰিপুণ বৰা, প্ৰাক্তন সাংসদ আব্দুল খালেক, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বিধায়ক দিগন্ত বৰ্মন, শিৱামণি বৰা, ৰেকিবুদ্দিন আহমেদ, আব্দুল বাতেন খণ্ডকাৰ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, সেৱা দলৰ অধ্যক্ষ দীপ বায়ন, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈ, প্ৰদ্যুৎ ভূঞা প্ৰমুখ্যে জিলা কংগ্ৰেছৰ সভাপতিসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

জ্যোষিতাৰ পৰিয়ালে ন্যায় নোপোৱা পৰ্যন্ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তদন্তৰ দাবীত সংগ্ৰাম অব্যাহত ৰাখিব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক বিবৃতিত আজি প্ৰকাশ কৰিছে।

Recent News

ভাৰতত প্ৰৱেশৰ আগতেই ইণ্টাৰনেট সেৱাত বিঘিনি ষ্টাৰলিংকৰ

ভাৰতত প্ৰৱেশৰ আগতেই ইণ্টাৰনেট সেৱাত বিঘিনি ষ্টাৰলিংকৰ

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ ভাৰ্চুৱেল প্ৰতিবাদ

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ ভাৰ্চুৱেল প্ৰতিবাদ

পহলগামলৈ সন্ত্ৰাসবাদী কিয় আহিল? সংসদত গৰ্জন গৌৰৱ গগৈৰ

পহলগামলৈ সন্ত্ৰাসবাদী কিয় আহিল? সংসদত গৰ্জন গৌৰৱ গগৈৰ

আমি চিন্তিত আৰু ব্যথিত : উচ্ছেদক লৈ অসমৰ বুদ্ধিজীৱী, বিশিষ্ট নাগৰিকৰ গোহাৰি

আমি চিন্তিত আৰু ব্যথিত : উচ্ছেদক লৈ অসমৰ বুদ্ধিজীৱী, বিশিষ্ট নাগৰিকৰ গোহাৰি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd