• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈ APSC ৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা; প্ৰাৰ্থীসকলৰ বাবে বাধ্যতামূলক কোভিড বিধি

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
September 11, 2021 12:18 pm
representative photo

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ অৰ্থাৎ ১২ ছেপ্টেম্বৰত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা ৰাজ্যখনৰ ৩১ খন জিলাৰ মুখ্য সদৰত অনুষ্ঠিত হ’ব।

কোভিড পৰিস্থিতিৰ মাজতেই কাইলৈ অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ’ব।

APSC Exam 2021 , 12 Sept 2021 পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া ৩১ খন জিলা সদৰ হ’ল ক্ৰমে- বিশ্বনাথ চাৰিআলি, বঙাইগাঁও, ধেমাজি,  ধুবুৰী, ডিব্ৰুগড়, ডিফু, গোৱালপাৰা, গোলাঘাট, হাফলং, হামৰেন, হাটশিঙিমাৰী, হোজাই, যোৰহাট, কাজলগাওঁ, কৰিমগঞ্জ, কোকৰাঝাৰ, মাজুলী, মঙ্গলদৈ, মৰিগাঁও, মুছলপুৰ, নগাওঁ, নলবাৰী, নৰ্থ লখিমপুৰ, শিলচৰ, শিৱসাগৰ, সোনাৰী, তেজপুৰ, তিনিচুকীয়া, ওদালগুৰি আৰু গুৱাহাটী।

Apply Now

উক্ত পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলৰ আবেদন আৰু ই-নামভৰ্তি প্ৰমাণপত্ৰৰ স্থিতি ৱেবছাইটত আপলোড কৰা হ’ব। ৱেবছাইটতো হ’ল- www.apsc.nic.in।

প্ৰাৰ্থীসকলক বিভিন্ন শ্ৰেণীৰ ৩৩১ টা পদত নিযুক্তিৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। মুঠ ৭৬০৭১গৰাকী প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব।

অসম লোকসেৱা আয়োগে ইতিমধ্যে এই পৰীক্ষা আৰু সাক্ষাৎকাৰত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলৰ বাবে কোভিড নিৰ্দেশনা প্ৰকাশ কৰিছে।

আয়োগে পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলৰ বাবে মাস্ক, ফেচ শ্বিল্ড আৰু হেণ্ড গ্ল’ভছ বাধ্যতামূলক কৰিছে। প্ৰাৰ্থীসকলক ৬০মি:লি: এটা হেণ্ড ছেনিটাইজাৰৰ বটল লগত নিয়াৰ বাবেও অনুমতি দিয়া হ’ব।

APSC Exam

লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱা সকলো প্ৰাৰ্থীয়ে লগত আৰটি-পিচিআৰ নেতিবাচক প্ৰতিবেদন আনিব লাগিব। কমেও কোভিড-১৯ ভেকচিনৰ এটা ড’জ লোৱা প্ৰাৰ্থীসকলে এই ৰিপ’ৰ্ট নানিলেও হ’ব। অৱশ্যে সেইসকল প্ৰাৰ্থীয়ে লগত ভেকচিনৰ প্ৰমান পত্ৰৰ হাৰ্ড কপি এটা লগত আনিব লাগিব।

আনহাতে, আয়োগে দিয়া নিৰ্দেশাৱলী অনুসৰি প্ৰাৰ্থীসকলৰ আৰটি-পিচিআৰ ৰিপ’ৰ্ট ৭২ঘন্টাৰ ভিতৰৰ হ’ব লাগিব আৰু ৰেপিড এন্টিজেন টেষ্ট হ’লে ৪৮ঘন্টাৰ ভিতৰত কৰা হ’ব লাগিব।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd