• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ ভাড়াঘৰত থকা ভাড়াতীয়াৰ অচিৰেই জৰীপ চলাব মহানগৰ আৰক্ষীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 8, 2020 8:30 am

1 min read

Bhaskar Jyoti Mahanta

মত বিনিময় অনুষ্ঠানটোত আৰক্ষী সঞ্চালক প্ৰধান আৰু আন আনসকল।

3.4k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলত থকা ভাড়াঘৰবোৰ সম্পৰ্কে আৰু ইয়াত থকা ভাড়াতীয়া সম্পৰ্কে অচিৰেই জৰীপ চলাব  মহানগৰ আৰক্ষীয়ে।

৭ ডিচেম্বৰত জিলা পুথিভঁৰালত নগৰ কমিটীসমূহৰ সৈতে এটা মত বিনিময় অনুষ্ঠান কৰাৰ পিছত সাংবাদিকৰ আগত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এই কথা প্ৰকাশ কৰে।

জৰীপৰ বাবে নিৰ্ধাৰিত প্ৰপত্ৰ থাকিব আৰু জৰীপৰ বাবে সকলোকে একেলগে নাসামৰি প্ৰথমে নিৰ্বাচিত কেইখনমান থানাক বাছি লোৱা হ’ব।

ঘাইকৈ কেতিয়াৰ পৰা ভাড়াতীয়াজন আছে, কি কাম কৰে, কোন ঠাইৰ মূল বাসিন্দা আদিয়েই হ’ব সংগ্ৰহ কৰিব লগীয়া প্ৰধান তথ্য, সঞ্চালক প্ৰধানজনে কয়।

আনহাতে জনসাধাৰণলৈ যাতে ভুল বাৰ্তা নাযায় তাৰ বাবে জৰীপৰ সময়ত অঞ্চলটোৰ স্থানীয় লোকক লগত লোৱা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

মত বিনিময় অনুষ্ঠানটোত সঞ্চালক প্ৰধানৰ উপৰি গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসান গুপ্তা, গাওঁৰক্ষী বাহিনীৰ দায়িত্বত থকা শীৰ্ষ আৰক্ষী বিষয়া দিগন্ত বৰাও উপস্থিত আছিল।

উল্লেখ কৰিব পাৰি যে  মহানগৰ আৰক্ষীয়ে মহানগৰত ঘৰ ভাড়ালৈ দিয়া বাসিন্দাসকলক তেওঁলোকৰ চৌহদত ভাড়াতীয়া হিচাপে থকা লোকৰ সবিশেষ দিয়াটো এটা নিয়ম হিচাপে নিৰ্ধাৰণ কৰি পূৰ্বেও ইয়াৰ বাবে নিৰ্দেশ জাৰি কৰিছিল।

নিয়মমতে, এজন ভাড়াতীয়াই ঘৰ ভাড়াত লোৱাৰ লগে লগে মালিকে নিৰ্ধাৰিত প্ৰপত্ৰ পূৰ কৰিবলৈ দিব লাগে আৰু তাৰ এটা প্ৰতিলিপি ভাড়াতীয়াৰ ফটো সহ সংশ্লিষ্ট থানাত জমা দিব লাগে।

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd