• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমীয়া ভাষা-সংস্কৃতি চৰ অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু সকলেহে জীয়াই ৰাখিছে : মনজিৎ মহন্ত

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
April 29, 2019 8:57 pm
manjit mahanta

ফটো : নৰ্থ-ইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

‘শংকৰ-আজানৰ দেশ অসমক লৈ অসমীয়া জাতিয়ে বহু চিঞৰিছে যদিও শংকৰ-আজানৰ নাম একাংশই ৰবৰেৰে মচি  দিব বিচাৰিছে’। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সপ্তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত এই মন্তব্য বিশিষ্ট সাংবাদিক ও বুদ্ধিজীৱি মনজিৎ মহন্তৰ।

মুখ্য অতিথি হিচাপে উপস্থিত থকা মুকলি সভাত মহন্তই আৰু কয়, ‘বৰ্তমানৰ বিজেপি  চৰকাৰখনে  ভাৰতীয় সংবিধানক ভৰিৰে মোহাৰি গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে। এই ক্ষেত্ৰত  মাত মাতিব গ’লেই  জাপি দিয়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ’।

ইয়াৰ উপৰি অসম চৰকাৰে হিন্দু-মুছলমানক ভাগ-ভাগ কৰিব বিচৰা বুলি মন্তব্য কৰি সাংবাদিকগৰাকীয়ে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ  দৰে নেতাসকলে অসমীয়া  জাতিৰ  গৌৰৱ, স্বাভিমানক ধূলিসাৎ কৰি পেলোৱা বুলি কয়।

আনহাতে সংখ্যালঘূ লোকসকলক ৰাজনৈতিকভাৱে সচেতন হ’বলৈ আহবান জনাই তেওঁ অসমীয়া জাতি, ভাষা-সংস্কৃতি  একমাত্ৰ চৰ অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু সকলেহে জীয়াই ৰাখিছে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে ১৯৭১ চনৰ ২৪ মাৰ্চৰ  পিছত অহা সকলো  বিদেশী অসমৰ পৰা বিতাড়ন হ’ব লাগিব আৰু ১৯৭১ৰ আগতে অসমলৈ অহা  লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ব লাগিব।

উল্লেখ্য যে আজি  দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈ যায় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সপ্তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। পুৱা ৯:৩০ বজাত পৰিষদৰ পতাকা উত্তোলনৰ জৰিয়তে কাৰ্যসূচী আৰম্ভ কৰা হয়। দিনৰ  ১বজাৰ পৰা অনুষ্ঠিত হোৱা  মুকলি সভাত সভাপতিত্ব কৰে পৰিষদৰ কেন্দ্ৰীয় সভাপতি আব্দুল আজিজ আৰু উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক মহম্মদ আলি খলিফাই।

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd