• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাত্ৰ ৩০ টা ভোটত জয়ী, বিহাৰত একাউণ্ট খুলিলে বহুজন সমাজ পাৰ্টিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2025 8:51 am
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰত পুনৰ ক্ষমতালৈ আহিছে এন ডি এ মিত্ৰজোঁট। ২৪৩খন আসনৰ ভিতৰত বিজেপি-জনতা দলে (ইউনাইটেড এলায়েন্স) ২০২খন আসন লাভ কৰে।  মহাগঠবন্ধনৰ ভয়ংকৰ পতন ঘটিছে। আৰু ইয়াৰ মাজতে মায়াৱতীৰ দল বহুজন সমাজ পাৰ্টিয়ে বিহাৰত একাউণ্ট খুলিছে। মাত্ৰ এখন আসনহে লাভ কৰিছে দলটোৱে। তাকো এই জয় মাত্ৰ ৩০ টা ভোটৰ ব্যৱধানত।

বিহাৰৰ ৰামগড় আসনত মায়াৱতীৰ বহুজন সমাজ পাৰ্টিয়ে জয়লাভ কৰিছে। এই আসনত সতীশ কুমাৰ যাদৱে জয়লাভ কৰে। বিএছপি দলৰ এইগৰাকী প্ৰাৰ্থীয়ে নিজৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ বৰ্তমানৰ বিধায়ক অশোক কুমাৰ সিঙক ৩০টা ভোটত পৰাস্ত কৰি জয়লাভ কৰে। সতীশ কুমাৰ যাদৱ যাদৱে লাভ কৰে ৭২,৬৮৯টা ভোট। এইবাৰৰ বিহাৰ বিধানসভা নিৰ্বাচনত তেওঁ সৰ্বনিম্ন ভোটৰ ব্যৱধানত জয়লাভ কৰিছে।

Apply Now

প্ৰসংগক্ৰমে ২০০৭ চনৰ পৰা ২০১২ চনলৈকে উত্তৰ প্ৰদেশত বিএছপিৰ ক্ষমতা আছিল।কিন্তু যোৱা বছৰৰ লোকসভা নিৰ্বাচনত মায়াৱতীৰ দলটোৱে এখনো আসন লাভ কৰিব নোৱাৰিলে। সাম্প্রতিক সময়ত যিকোনো নির্বাচনত এয়া তেওঁলোকৰ প্রথম জয়৷

মন কৰিবলগীয়া যে ২০০৫ চনৰ পৰা ৰামগড়ৰ আসনখন কেতিয়াবা লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলে আৰু কেতিয়াবা সেইখন বিজেপিয়ে দখল কৰি আহিছে।

২০২০ চনত এই আসনত আৰজেডিৰ সুধাকৰ সিঙে জয়লাভ কৰিছিল। অৱশ্যে বিগত বর্ষৰ উপ-নির্বাচনত অশোক কুমাৰ সিঙে এই আসনত জয়লাভ কৰিছিল৷ ইয়াৰ পূৰ্বেও সতীশ কুমাৰ যাদৱ যাদৱে ৰামগড়ৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল।

উল্লেখ্য যে শুকুৰবাৰে ঘোষণা কৰা হয় বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। একক বৃহত্তম দল হিচাপে বিজেপিয়ে ৮৯খন আসন লাভ কৰে। তেওঁলোকৰ মিত্ৰজোঁটৰ অংশীদাৰ নীতিশ কুমাৰৰ জনতা (ইউনাইটেড) দলে ৮৫ খন আসন লাভ কৰে। আনহাতে, মহাগঠবন্ধনে মাত্ৰ ৩৫খন আসনহে লাভ কৰে। ইয়াৰে ২৫খন আসন লাভ কৰে আৰজেডিয়ে। কংগ্ৰেছে পায় মাত্ৰ ৫ খন আসন। বাকী পাঁচখন আসনত জয়ী হয় এ আই এম আই এম।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm
৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

September 21, 2026 6:23 pm
আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

September 21, 2026 5:37 pm
প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 21, 2026 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm
৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

September 21, 2026 6:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd