• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰীত বৰনদীয়ে সৃষ্টি কৰিছে ভয়ংকৰ গৰাখহনীয়াৰ

গৰাখহনীয়া ৰোধৰ বাবে চল্লিশ লাখ টকাৰ আঁচনি গ্ৰহণ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
June 30, 2021 3:06 pm
dog

*

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ গুৱাবাৰী অঞ্চলত ভূটান সীমান্তৰ বগামাটিৰ পৰা বৈ অহা বৰনদীৰ ব্যাপক গৰাখহনীয়াই জনসাধাৰণক বহু বছৰ ধৰি জুৰুলা কৰি আহিছে ।

বিগত ২০০১ চনৰ পৰা নৈ খনে গুৱাবাৰী, উত্তৰ গুৱাবাৰী, হাটীকাটা, হস্তীনাপুৰ, অৰংগাজুলি আদি গাঁওত ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰি অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আহিছে।

Apply Now

নদীখনৰ গৰাখহনীয়াৰ কৱলত পৰি ইতিমধ্যে গাঁও সমূহৰ বহু পৰিয়াল গৃহহাৰা হোৱাৰ উপৰিও বহু কৃষিভূমি নৈৰ বুকুত জাহ গৈছে।
বিগত সময়ছোৱাত অঞ্চলটোৰ ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক খহনীয়া ৰোধ কৰিবলৈ অনুৰোধ জনাই আহিছিল যদিও কোনো সুফল নোপোৱাত ৰাইজে গাঁঠিৰ ধন ভাঙি গাইড বান্ধ নিৰ্মান কৰিবলৈ লৈছে আৰু এই সন্দৰ্ভত কেইবাবাৰো বাতৰি প্ৰকাশ পাই আহিছে।

শেহতীয়া ভাৱে বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি দৃষ্টিগোচৰ হোৱাৰ পিছতে মঙ্গলবাৰে অতিৰিক্ত উপায়ুক্ত তথা তামুলপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰৰ নেতৃত্বত তামুলপুৰ ৰাজহ চক্ৰ বিষয়া ৰূপকমল ৰাভাৰ লগতে বিভাগীয় লোক সকলে গুৱাবাৰীত উপস্থিত হৈ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে।

গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত মহকুমাধিপতি গৰাকীয়ে কয় যে এমজিএনৰেগাৰ অধীনত ৪০ লাখ টকাৰ আঁচনি প্ৰস্তুত কৰা হৈছে আৰু এই আঁচনিৰ অধীনত চল্লিশ লাখ টকা ব্যয় সাপেক্ষে এই গৰাখহনীয়া ৰোধ কৰাৰ বাবে বান্ধ বান্ধি ৰাইজৰ এই সমস্যা নাইকিয়া কৰা হব।

লগতে এই বান্ধৰ কাম অতি শীঘ্ৰেই আৰম্ভ কৰা হব বুলিও মহকুমাধিপতি ডাঃ বেদাঙ্গ তালুকদাৰে আশ্বাস দিয়ে।
উল্লেখযোগ্য যে ২০০১ চনৰ পৰা নদীখনে ওপৰত উল্লিখিত গাঁও সমূহত গৰাখহনীয়াৰ সৃষ্টি কৰি জনসাধাৰণৰ ব্যাপক ক্ষতি সাধন কৰি আহিছে।

বহু পৰিয়ালৰ ঘৰ বাৰী উচন হোৱাৰ লগতে কৃষি প্ৰধান অঞ্চলটোৰ খেতি মাটি নৈৰ বুকুত জাহ গৈ গৃহহাৰা হৈছে । ইপিনে চৰকাৰলৈ বাট নাচাই ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি নৈখনত বল্ডাৰেৰে গাইড বান্ধ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি কাম অব্যাহত ৰখাৰ সময়তে আজি মহকুমাধিপতি গৰাকীয়ে গৰাখহনীয়া অঞ্চল পৰিভ্ৰমণ কৰি আঁচনি লোৱাৰ কৰা সদৰী কৰাত স্থানীয় ৰাইজে উৎফুল্লিত হৈ পৰিছে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd