• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপিৰ ন্যায় যাত্ৰাই প্ৰমাণ কৰিলে যে তদন্তত চৰকাৰ ব্যৰ্থ — আম আদমী পাৰ্টি ‎

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2025 3:28 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰোধী দলবোৰতকৈ একোপ চৰা হৈ শাসকীয় দল বিজেপিয়ে কাইলৈৰ পৰা জিলাই জিলাই আহ্বান ‎জনোৱা ‘ন্যায় যাত্ৰা’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কত আম আদমি পাৰ্টী, অসম (আপ) য়ে তীব্ৰ ‎প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ‎

আজি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) ৰাজীব ‎শইকীয়াই কয়, বিজেপি ৰ ন্যায় যাত্ৰাই প্ৰমাণ কৰি দিলে যে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য সম্পৰ্কত এছ ‎আই টি আৰু চি আই ডি য়ে কৰি থকা তদন্তত শাসকীয় দল সুখী নহয় ৷ ‎

Apply Now

আপৰ সাধাৰণ সম্পাদকজনে কয়, এই তদন্তত চৰকাৰ ব্যৰ্থ হোৱা বাবেই শাসকীয় দল ৰাজপথত ‎নামিছে ৷ ‎

আম আদমি পাৰ্টী, অসমৰ স্থিতি পুনৰ স্পষ্ট কৰি দি আপৰ নেতা ৰাজীব শইকীয়াৰ স্পষ্ট মন্তব্য — ‎প্ৰাণৰ শিল্পী গৰাকীৰ ৰহস্যজনক মৃত্যু তদন্ত নিখুঁত আৰু নিৰপেক্ষ হ‘বই লাগিব ৷ ছিংগাপুৰলৈ এছ ‎আই টি ৰ দল গ‘লেই নহ‘ব, ছিংগাপুৰত সমগ্ৰ ঘটনাৰ তন্ন তন্ন অনুসন্ধান হ‘ব লাগিব। ‎

নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ইয়‘ত পাৰ্টীত জড়িত সকলো তদন্তৰ আওতালৈ আহিলেহে নিখুঁত আৰু ‎নিৰপেক্ষ তদন্ত আশা কৰিব পৰা যায় বুলি মত প্ৰকাশ কৰি আপ ৰ নেতাজনে কয়, ইয়াৰ অন্যথা ‎ৰাইজ আস্বস্ত হ‘ব নোৱাৰে ৷ ছিংগাপুৰত বিভিন্ন সময়ত তোলা ফটো আৰু ভিডিঅ’ বোৰ ‎অনুসন্ধানকাৰী দলে ‘আনকাট’ পাবলৈ সক্ষম হ‘লেহে তদন্ত নিখুঁত হ‘ব বুলি আপৰ নেতাজনে মত ‎প্ৰকাশ কৰিছে ৷ ‎

তেখেতে কয় যে ভিডিঅ‘বোৰ কাট কোট কৰি সামাজিক আৰু সংবাদ মাধ্যমত এৰি দিয়া হ‘ল ৷ এই ‎কাম কোনে কৰিলে ? শিল্পীজনাৰ শেষ সময়ৰ ভিডিঅ‘টো ক‘ত হেৰাল ?  — এই সকলোবোৰ ‎তদন্তৰ বিষয় বুলি উল্লেখ কৰি তেখেতে কয়, এই বিষয়বোৰ তদন্তলৈ আহিলেহে ঘটনাৰ প্ৰকৃত ৰহস্য ‎উদঘাটন হ‘ব  ৷ ‎

তেখেতে অভিযোগ কৰি কয় যে ,  আমি জুবিন দাক লৈ ৰাজনীতি নকৰোঁ, কিন্তু বিজেপিয়ে জুবিন ‎দাক লৈ ৰাজনীতি কৰিছে ৷ তেওঁলোকৰ ‘ ন্যায় যাত্ৰা’ ইয়াৰ জ্বলন্ত প্ৰমাণ। ‎

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd