• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰমোদ বড়োক ৰাজ্যসভালৈ পঠিয়াই ইউ পি পি এলক নিঃশেষ কৰাৰ ব্লু-প্ৰিণ্ট? হিমন্ত-হাগ্ৰামাৰ গোপন বুজাবুজিক লৈ ৰাজনৈতিক মহলত ধুমুহা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2026 3:59 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী গৰম বতাহৰ মাজতে অসমৰ ৰাজনীতিত এক বিশেষ চৰ্চাই লাভ কৰিছে, য’ত ইউ পি পি এলৰ ভৱিষ্যতক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ মাজত এক গোপন বুজাবুজি হোৱাৰ ইংগিত পোৱা গৈছে। শেহতীয়া খবৰ অনুসৰি, বি টি চিৰ ৰাজনীতিত প্রমোদ বড়োৰ শক্তি হ্রাস কৰাৰ লক্ষ্যৰে তেওঁক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ এক বিশেষ পৰিকল্পনা যুগুতোৱা হৈছে। আগন্তুক ৰাজ্যসভা নিৰ্বাচনত বি পি এফৰ প্ৰাপ্য আসনখন কৌশলেৰে প্রমোদ বড়োক উপহাৰ দি তেওঁক ৰাজ্যৰ সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰাই নিবলৈ বিচাৰিছে বিজেপি আৰু বি পি এফে।

ইয়াৰ বিনিময়ত বি টি চিৰ অন্তৰ্গত ১৫টা বিধানসভা সমষ্টিৰ ভিতৰত ১১টাত বি পি এফ আৰু ৪টাত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ যো-জা চলাইছে, যাৰ ফলত ইউ পি পি এলৰ বৰ্তমানৰ সাতগৰাকী বিধায়কৰ ৰাজনৈতিক কেৰিয়াৰ সংকটৰ মুখত পৰাৰ সম্ভাৱনা দেখা দিছে। ইতিমধ্যে প্রমোদ বড়োৱে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰা কাৰ্যই এই চৰ্চাক অধিক প্ৰসাৰিত কৰিছে। আনহাতে, বি টি চিৰ অন্তৰ্গত গোৰেশ্বৰ, টংলা, তামুলপুৰ আৰু বিজনী সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বক লৈও তীব্ৰ তৎপৰতা আৰম্ভ হৈছে, য’ত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকে ধৰি বহুকেইজন জ্যেষ্ঠ নেতাৰ নাম উচ্চাৰিত হৈছে।

Apply Now

আন এক শোকাৱহ খবৰে দিল্লীত থকা অসমীয়া সমাজক জোকাৰি গৈছে। দিল্লীৰ মহিপালপুৰত কৰ্মৰত ত্ৰিদিশা বৰা নামৰ এগৰাকী অসমীয়া যুৱতীৰ ৰহস্যজনক মৃত্যুৰ পিছত দিল্লী আৰক্ষীৰ চৰম অৱহেলাৰ অভিযোগ উত্থাপন হৈছে। যোৱা শুকুৰবাৰে নিশা যুৱতীগৰাকীৰ মৃত্যু হোৱাৰ পিছতো তিনিদিন অতিবাহিত হোৱাৰ পাছতো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা নকৰাত দিশহাৰা হৈ পৰিছে শোকসন্তপ্ত পৰিয়ালটো। ত্ৰিদিশাৰ ভাতৃয়ে অভিযোগ কৰিছে যে আৰক্ষীয়ে বিভিন্ন আইনী প্ৰক্ৰিয়াৰ দোহাই দি তেওঁক হাৰাশাস্তি কৰিছে আৰু এবাৰৰ বাবেও ভনীয়েকৰ মৃতদেহটো চাবলৈ অনুমতি দিয়া নাই। ইয়াৰোপৰি উত্তৰ-পূবৰ লোকৰ প্ৰতি দিল্লী আৰক্ষীয়ে বৈষম্যমূলক আচৰণ কৰাৰো অভিযোগ উত্থাপন হৈছে। ঘৰত মাতৃ চিকিৎসাধীন হৈ থকাৰ সময়তে এনে বিপৰ্যয়ৰ সন্মুখীন হোৱা ভাতৃয়ে এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী হস্তক্ষেপ বিচাৰিছে যাতে সকলো আইনী কাম সম্পূৰ্ণ কৰি ভনীয়েকৰ নশ্বৰ দেহটো অসমলৈ ওভোতাই আনিব পৰা যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

September 17, 2026 7:27 am
নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

September 17, 2026 7:27 am
নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd