• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পুনৰ হ’ব লকডাউন! ছেপ্তেম্বৰৰ দ্বিতীয় সপ্তাহত তিনিদিনৰ বাবে বন্ধ থাকিব ৰাজধানী মহানগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2023 3:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ হ’ব নেকি লকডাউন! ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত তিনিদিনৰ বাবে সম্পূৰ্ণ ‘লক’ হৈ থাকিব দিল্লী। কভিড বা আন কোনো কাৰণত নহয়, ৮ ছেপ্টেম্বৰৰ পৰা দিল্লীত অনুষ্ঠিত হ’ব তিনিদিনীয়া জি-২০ সন্মিলন । এই বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনকে ধৰি বিভিন্ন দেশৰ ৰাষ্ট্ৰপতিসকলে অংশগ্ৰহণ কৰিব। তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰে যৌথভাৱে ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ ৰাজধানীখন ‘লক’ কৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে দিল্লীৰ যান-বাহন ব্যৱস্থা অতি বেয়া। জি-২০ বৈঠকৰ সময়ত যাতে বিভিন্ন দেশৰ ৰাষ্ট্ৰপতিসকলে যান-বাহন সমস্যাৰ সন্মুখীন হ’ব নালাগে, তাৰ প্ৰতি লক্ষ্য ৰাখিছে কেন্দ্ৰীয় চৰকাৰে। সেয়েহে কেন্দ্ৰটোৱে অহা ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ সকলো চৰকাৰী বিদ্যালয়, বিভিন্ন চৰকাৰী কাৰ্যালয় বন্ধৰ ঘোষণা কৰিছে। আনকি কেন্দ্ৰীয় চৰকাৰেও সকলো মন্ত্ৰালয় আৰু বিভাগ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

Apply Now

ইতিমধ্যে দিল্লী চৰকাৰে বিভিন্ন বিদ্যালয়, কাৰ্যালয় আদিৰ বন্ধৰ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি দিল্লীৰ সকলো ব্যক্তিগত কাৰ্যালয় আৰু ব্যক্তিগত বিদ্যালয়-মহাবিদ্যালয় ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ বন্ধ থাকিব। অৰ্থাৎ চৰকাৰী কাৰ্যালয়, বিদ্যালয়ৰ লগতে দিল্লীৰ সকলো ব্যক্তিগত কাৰ্যালয় আৰু বিদ্যালয় এই তিনিদিনৰ বাবে বন্ধ থাকিব। অৱশ্যে মেট্ৰ’ৰ চলাচলত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই। কিন্তু কেৱল গুৰুত্বপূৰ্ণ ষ্টেচনসমূহতহে প্ৰৱেশ আৰু প্ৰস্থান পথত কটকটীয়া নিৰাপত্তা থাকিব।

আনহাতে দিল্লীৰ সকলো ব্যক্তিগত বেংক ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ বন্ধ থাকিব। অৰ্থাৎ এই তিনিদিন নেট বেংকিং আৰু এ টি এম সেৱা খোলা থাকিলেও বেংকত কাম নাথাকিব। আনকি দিল্লী চৰকাৰেও পথৰ বিভিন্ন দোকান-পোহাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। যদি বেংকত কোনো বিশেষ প্ৰয়োজনীয়তা আছে তেন্তে ৮ ছেপ্টেম্বৰৰ আগতে কৰিব লাগে।

জানিব পৰা মতে, দিল্লীত আয়োজিত জি-২০ বৈঠকলৈ আহিব বিভিন্ন দেশৰ প্ৰতিনিধি। তেওঁলোক থকাৰ বাবে দিল্লীৰ ৩৫ খন বিলাসী হোটেল বুকিং কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। য’ত আছে টাচ পেলেচ, হোটেল তাজমহল, লো মেৰিডিয়ানৰ দৰে পঞ্চতাৰকাযুক্ত হোটেল। এই হোটেলসমূহ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৮ পৰা ১০ তাৰিখলৈকে তিনিদিনৰ বাবে বুকিং কৰিছে। স্বাভাৱিকতে এই তিনিদিনৰ বাবে এই হোটেলসমূহে আন অতিথি নিষিদ্ধ কৰিছে।

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ কৰা এইবাৰৰ জি-২০ বৈঠকত আমেৰিকা, কানাডা, মেক্সিকো, আৰ্জেণ্টিনা, দক্ষিণ কোৰিয়া, ব্ৰাজিল, দক্ষিণ আফ্ৰিকা, চীন, জাপান, ইণ্ডোনেছিয়া, ৰাছিয়া, তুৰস্ক, ফ্ৰান্স, জাৰ্মানী, ইটালী, ব্ৰিটেইন, চৌদি আৰব আৰু অষ্ট্ৰেলিয়া দেশে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও বাংলাদেশ, ওমান, ছিংগাপুৰ, স্পেইন, নাইজেৰিয়াকে ধৰি কেইবাখনো দেশ অতিথি দেশ হিচাপে উপস্থিত থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd