• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সম্পূৰ্ণ লকডাউনৰ ফলত ১৬১গুণ কম হ’ব পাৰে কৰ’নাৰ সংক্ৰমণৰ ঘটনা: সমীক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2020 9:58 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২১ দিনীয়া লকডাউনৰ ফলত আপুনি হয়তো সমস্যাৰ সন্মুখীন হ’ব পাৰে, কিন্তু কৰ’নাৰ দৰে সংক্ৰামক ভাইৰাছ প্ৰতিৰোধৰ বাবে সম্পূৰ্ণ লকডাউনেই হৈছে আটাইতকৈ কাৰ্যকৰী বিকল্প।

আমেৰিকাৰ মিশিগান বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত কোৱা হৈছে যে এক সপ্তাহৰ সম্পূৰ্ণ লকডাউনৰ ফলত কৰ’নাৰ সংক্ৰমণ ১৬১গুণ কম হৈ পৰে।

Apply Now

লকডাউন যাতায়ত আৰু সামাজিক কোৱাৰাইনটাইনৰ দৰে ব্যৱস্থাতকৈ অধিক কাৰ্যকৰী।

অধ্যয়নটোত কোৱা হৈছে যে যদি কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ’লে ১৫ মে’ পৰ্যন্ত প্ৰতি ১ লাখ লোকৰ ভিতৰত ১৬১ জন লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈ পৰিব।

এই সময়ত গোটেই দেশতে যদি যাতায়ত বন্ধ কৰি দিয়া হয় তেতিয়াহ’লে এই সংখ্যা হ্ৰাস পাই প্ৰতি ১ লাখত ৪৮জন হ’বগৈ।

যাতায়তৰ লগতে সামাজিক কোৱাৰাইনটাইন কৰি দিলেও প্ৰতি লাখত ৪জন লোক সংক্ৰমিত হ’ব।

আনহাতে, এক সপ্তাহ সম্পূৰ্ণ লকডাউনে কৰ’নাৰ সংক্ৰমণ প্ৰতি ১ লাখত এজনলৈ হ্ৰাস কৰিব পাৰে।

বিশেষজ্ঞসকলৰ মতে তিনি সপ্তাহৰ লকডাউনে কৰ’না ভাইৰাছৰ সংক্ৰমণ সম্পূৰ্ণভাৱে প্ৰভাৱহীন কৰি তুলিব পাৰে।

অধ্যয়নটোত কোৱা হৈছে যে যদি কঠোৰ নিষেধাজ্ঞা গ্ৰহণ কৰা নহয় তেতিয়াহ’লে কৰ’নাৰ সংক্ৰমণ এতিয়া যি হাৰত ঘটিছে, সেয়া অহা ডেৰ মাহত বৃদ্ধি পাই ১৬ লাখ অতিক্ৰম কৰিব। তেতিয়া ইয়াক প্ৰতিৰোধ কৰাটো অসম্ভৱ হৈ পৰিব।

অধ্যয়নটোত কোৱা হৈছে যে বৰ্তমান হাৰ হিচাপত ১৫ এপ্ৰিল পৰ্যন্ত কৰ’নাৰ সংক্ৰমণৰ সংখ্যা দেশত ৪৮০০ চুবগৈ।

আগন্তুক এক মাহত অৰ্থাৎ ১৫ মে’ পৰ্যন্ত ৯.১৫ লাখ, ওক জুন পৰ্যন্ত ১৪.৬০ লাখ আৰু ১৫ জুন পৰ্যন্ত ১৬.৩০ লাখ অতিক্ৰম কৰিব।

উল্লেখযোগ্য যে এই অধ্যয়ন ইতিমধ্যে বহু শুদ্ধ বুলি প্ৰমানিত হৈছে। অধ্যয়নত ১৭,১৮ আৰু ১৯ মাৰ্চত ভাৰতত ১১৯,১২৬ আৰু ১৩৩ টা ঘটনাৰ ভৱিষ্যদ্বাণী কৰা হৈছিল। বাস্তৱত উক্ত তাৰিখ কেইটাত ক্ৰমে ১৪২,১৫৬ আৰু ১৯৪টা ঘটনা সংঘটিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am
হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am
নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am
হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd