• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দলিত ব্যক্তিৰ গাত থুই মৰা আৰু ভূমি দখলৰ অভিযোগ : বিজেপি বিধায়ক বালমুকুন্দ আচাৰ্যৰ বিৰুদ্ধে দাখিল এজাহাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 12, 2023 3:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনত জয়ী হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে ৰাজস্থানৰ হাৱা মহলৰ বিজেপি বিধায়ক বালমুকুন্দ আচাৰ্যই নিজৰ বিতৰ্কিত মন্তব্যৰে শিৰোনাম দখল কৰিছে। এতিয়া অনুসূচিত জাতিৰ এজন ব্যক্তিৰ গাত থু পেলোৱা আৰু আক্ৰমণ কৰাৰ অভিযোগত বিজেপিৰ বিধায়কগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।

ৰাজস্থানৰ পিঠাৱাছ গাঁৱত সুৰজমল ৰেগাৰ নামৰ এজন লোকক আক্ৰমণৰ বালমুকুন্দই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

Apply Now

সুৰজমলে কয় যে সুৰজ শৰ্মা ওৰফে বালমুকুন্দ আচাৰ্যই অবৈধভাৱে তেওঁৰ মাটি দখল কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ বালমুকুন্দক বাধা দিয়াৰ বাবে বালমুকুন্দই তেখেতক আক্ৰমণ কৰে।

আদালতৰ নিৰ্দেশৰ পিছতে বালমুকুন্দ আচাৰ্যৰ বিৰুদ্ধে অনুসূচিত জাতি/জনজাতি আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ৩২৩ আৰু ৩৪১ ধাৰাত এফআইআৰ দাখিল কৰা হৈছে। 

আৰক্ষীয়ে বালমুকুন্দৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে আদালতৰ কাষ চাপিবলৈ বাধ্য হয় ভুক্তভোগী সুৰজমল।

নিউজ পৰ্টেল দ্য ৱাৰক সুৰজমলে কয়, ‘আমি বালমুকুণ্ড আচাৰ্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ জয়পুৰৰ কাৰ্ধনী থানালৈ গৈছিলো। কিন্তু আৰক্ষীয়ে অভিযোগ ল’বলৈ সন্মত নহ’ল। অৱশেষত আমি আদালতলৈ গৈ আমাৰ অভিযোগ আদালতৰ জৰিয়তে পঞ্জীয়ন কৰিব লগা হ’ল। হাৱা মহলৰ আসনৰ পৰা জয়ী হোৱাৰ এদিন পিছত ৪ ডিচেম্বৰত বালমুকুণ্ড আচাৰ্যৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল।”

এফ আই আৰত উল্লেখ আছে যে সুৰজমলৰ মাটি তেওঁ অবৈধভাৱে দখল কৰিবলৈ চেষ্টা কৰিছিল, তেওঁক প্ৰহাৰ কৰাৰ লগতে তেওঁক থু পেলাই নিৰ্যাতন চলাইছিল।

ইয়াৰ পূৰ্বে নিৰ্বাচনত জয়ী হোৱাৰ পিছত বালমুকুণ্ডে পথৰ দাঁতিত আমিষ খাদ্য বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁৰ সেই নিৰ্দেশনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। ৰাজপথৰ ব্যৱসায়ী আইন উলংঘা কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগতো তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd