• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোদীৰ আমোলত বৃদ্ধি নহ’ল শ্ৰমিকৰ মজুৰি- অভিযোগ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 22, 2024 1:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছে আজি অভিযোগ উত্থাপন কৰে যে নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত শ্ৰমিকৰ মজুৰি অভূতপূৰ্বভাৱে হ্ৰাস হৈছে। কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে দাবী কৰে যে যদিহে কেন্দ্ৰত বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ ক্ষমতালৈ আহে তেন্তে দেশ পুনৰবাৰ শ্ৰীবৃদ্ধিৰ পথত আগবাঢ়ি যাব। মোদী চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ তথ্যৰ উল্লেখ কৰি ৰমেশে দেখুৱাইছে যে আজিৰ তুলনাত ১০ বছৰ পূৰ্বে শ্ৰমিকৰ ক্ৰয় ক্ষমতা বহু বেছি আছিল।

কংগ্ৰেছকে ধৰি বিৰোধীয়ে দাবী কৰি আহিছে যে মোদীৰ কালত শ্ৰমিকৰ আৰ্থিক অৱস্থাৰ ধাৰাবাহিকভাৱে অৱনতি ঘটিছে। চৰকাৰে ক্ৰমান্বয়ে শ্ৰমিকৰ অৰ্থনৈতিক মেৰুদণ্ড ভাঙিছে। কংগ্ৰেছে আজি দাবী কৰিছে যে মজুৰি বৃদ্ধিতকৈ মূল্যবৃদ্ধিৰ হাৰ অধিক হৈছে। শ্ৰমিকৰ প্ৰকৃত মজুৰি ভয়ংকৰভাৱে হ্ৰাস পাইছে। ৰমেশে কয় যে চৰকাৰৰ লেবাৰ ব্যুৰোৰ মজুৰিৰ হাৰ সূচকাংকত কোৱা হৈছে যে ২০১৪ চনৰ পৰা ২০২৩ চনলৈকে শ্ৰমিকৰ প্ৰকৃত মজুৰি স্থবিৰ হৈ পৰিছে। ফলত মোদী চৰকাৰৰ কাৰ্যকালত শ্ৰমিকৰ প্ৰকৃত মজুৰি তীব্ৰভাৱে হ্ৰাস পাইছে।

মনমোহন সিঙৰ কাৰ্যকালত কৃষি শ্ৰমিকৰ প্ৰকৃত মজুৰি বৃদ্ধিৰ হাৰ বছৰি ৬.৮ শতাংশ বুলি দাবী কৰে ৰমেশে। কিন্তু মোদীৰ দিনত প্ৰতি বছৰে কমি আহিছে। ২০১৪ চনৰ পৰা ২০২২ চনৰ ভিতৰত চেণ্টাৰ ফৰ লেবাৰ ৰিচাৰ্চ এণ্ড একচনৰ তথ্যৰ উদ্ধৃতি দি কংগ্ৰেছৰ মুখ্য মুখপাত্ৰগৰাকীয়ে দাবী কৰে।

কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে যে মোদীৰ দিনতো বিনিয়োগৰ হাৰ হ্ৰাস পাইছে। বিবৃতিটোত কোৱা হৈছে যে বিনিয়োগৰ পৰিমাণ এনেদৰে হ্ৰাস পাইছে যিটো পূৰ্বতে কেতিয়াও হোৱা নাছিল। এই পৰিঘটনাই দেশৰ দীৰ্ঘম্যাদী বৃদ্ধিৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ইউ পি এৰ ১০ বছৰৰ শাসনকালত বিনিয়োগ আৰু জিডিপিৰ অনুপাত আছিল ৩৩.৪%। কিন্তু মোদীৰ দিনত এয়া ২৮.৭ শতাংশলৈ নামি আহিছে। মনমোহন সিঙৰ নেতৃত্বত ২০০৪ চনত প্ৰত্যক্ষ বিদেশী বিনিয়োগ জিডিপিৰ ০.৮%ৰ পৰা ১.৭%লৈ বৃদ্ধি পায়। সেয়া ২০২২ চনত ১.৫ শতাংশলৈ হ্ৰাস পাইছে। কংগ্ৰেছে লগতে দাবী কৰে যে মোদীৰ কাৰ্যকালত উৎপাদন খণ্ডৰ বৃদ্ধিৰ হাৰ ব্যাপকভাৱে হ্ৰাস পাইছে।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd