• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ধাপ্পাবাজী বিজেপি; কংগ্ৰেছক আলফা ব্ৰিটিছে নোৱাৰিলে ৰনজিৎ দাস কোন?’ – ৰিপুন বৰা

বিজেপিৰ সভাপতিক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
August 4, 2020 9:07 pm
WhatsApp Image 2020-08-04 at 7.06.44 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘প্ৰতাৰণাৰ কথা ক’লে কিয় লাজ পায়। এনে ধাপ্পাবাজী বিজেপিৰ চৰিত্ৰ। কংগ্ৰেছৰ মনোবল ইমান দূৰ্বল নহয়। ৰণজিৎ দাসৰ সমালোচনাত কংগ্ৰেছ দল থমকি ৰ’ব। আলফাই নোৱাৰিলে ব্ৰিটিছে নোৱাৰিলে কংগ্ৰেছক থমকাবলৈ তুমি ৰনজিৎ দাস কোন।’ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই তীৰ্যক মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।

অসম প্ৰদেশ কংগ্ৰেছৰ ৩ আগষ্ঠত হৈ যোৱা প্ৰতাৰণা দিবসৰ ফলত বিজেপি হতাশ হৈছে বুলি উল্লেখ কৰি বৰাই কয়, ‘কংগ্ৰেছৰ দিনত বিজেপিয়ে বাংলাদেশক এক ইঞ্চিও মাতি নিদিওঁ বুলি প্ৰতিবাদ কৰিছিল। কোনো বাংলাদেশী অসমত থাকিব নোৱাৰিব। এয়া প্ৰতাৰণা নহয় কি? ইফালে তেওলোকে ওলোটাই কা আইন আনি বাংলাদেশকো মাটি দিলে আৰু বিদেশীকো স্বদেশী কৰাৰ ব্যৱস্থা কৰিলে।’

Apply Now

আমিতো টুইন টাৱাৰ বনাম বুলি আমি সপোন দেখুৱা নাই তোমালোকে দেখুৱাইছা বুলি উল্লেখ কৰি বৰাই কয় ‘এক্সপ্ৰেছ হাইৱেৰ সপোন আমি দেখুৱা নাই। বছৰত দুই কোটি চাকৰি আমিতো দিম কোৱা নাই। এইটো প্ৰতাৰণা বুলি ক’লে লাজ পোৱা কিয়?’

‘বৃহৎ নদী বান্ধ এক বিন্দু তেজ থকালৈ হ’ব নিদিও বুলি প্ৰতিবাদ কৰিছিলা।’ কিন্তু এতিয়া তেওঁলোকে নদী বান্ধ নিৰ্মাণ কৰিবলৈ উথপথপ লগোৱা বুলিও বৰাই লগতে কয় ।

ইফালে বিদ্যালয় প্ৰাদেশিকৰণৰ ক্ষেত্ৰতো চৰকাৰে বৈষম্য কৰিছে বুলি উল্লেখ বৰাই কয়, ‘ছাত্ৰ-ছাত্ৰীৰ পঢ়াক লৈ ৰাজনীতি কৰাতো উচিত নহয়। পূৰ্বেই ৭৭৬ খন শিক্ষানুষ্ঠান উপযুক্ত বুলি ঘোষণা কৰিছিল। কিন্তু শেষত ৩৩৫ খনহে বাছনি কৰিলে।’

কিহৰ ভিত্তিত বাকী ৪২১ খন শিক্ষানুষ্ঠান বঞ্চিত কৰিলে তাৰ উত্তৰ বিচৰাৰ লগতে প্ৰাদেশীকৰণ কৰাৰ আহ্বান জনালে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। যদি নকৰে কংগ্ৰেছৰ চৰকাৰ আহিলে প্ৰথমতে প্ৰাদেশীকৰণ কৰাৰ আশ্বাস দিয়ে বৰাই।

বিৰোধীৰ সমষ্টিত বিজ্ঞান শাখা প্ৰৱৰ্তন নকৰাকলৈ ক্ষোভ প্ৰকাশ কৰে বৰাই। বিৰোধীৰ সমষ্টিত বিজ্ঞান পঢ়া কোনো ছাত্ৰ-ছাত্ৰী নাই নেকি বুলি প্ৰশ্ন বৰাৰ।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm
‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

July 15, 2026 5:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd