• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজ্ঞানীৰ নতুন তথ্য লাভ; কিমান সময় জীয়াই থাকে ক’ৰ’না ভাইৰাছ?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2020 6:39 am
What are the four stages of COVID19?

প্ৰতিনিধিত্বমূলক ছবি

109.7k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে মাহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ সম্পৰ্কে বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে নিৰন্তৰ অধ্যয়ন চলাই আছে।

নিৰন্তৰ অধ্যয়নে ক’ৰ’না ভাইৰাছ সম্পৰ্কত দৈনিক নতুন নতুন তথ্য পোহৰলৈ আনিবলৈ বিজ্ঞানী মহলে চেষ্টা কৰি থাকিলেও অৱেশ্যে এতিয়ালৈকে মাৰাত্মক ভাইৰাছৰ প্ৰতিষেধক তৈয়াৰ কৰিবলৈ সক্ষম হোৱা নাই।

আমেৰিকাৰ নেশ্যনেল ইনিষ্টিটিউট অৱ হেল্থৰ অংশ অষ্ট্ৰেলিয়াস্থিত নেশ্যনেল ইনষ্টিটিউট অৱ এলাৰ্জি এণ্ড ইনফেকটিৱাছ ডিজিছেছ (NIAID)ৰ একাংশ বিজ্ঞানীয়ে ক’ৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ ওপৰত অধ্যয়ন কৰি কিছুমান নতুন তথ্য লাভ কৰা বুলি দাবী কৰিছে।

তেওঁলোকে দাবী কৰিছে যে এই ভাইৰাছত আক্ৰান্ত ব্যক্তিয়ে কাঁহ বা হাঁচিওৱাৰ ফলত নিৰ্গত ক’ৰ’নাৰ বীজাণুৱে বায়ুমণ্ডলত প্ৰায় তিনি ঘণ্টা পৰ্যন্ত জীৱিত হৈ থাকিব পাৰে।

গৱেষকসকলে প্লাষ্টিক আৰু ষ্টেইনলেছ ষ্টীলত এই ভাইৰাছক তিনি দিন ধৰি পৰীক্ষা কৰিছিল। ইফালে কাৰ্ডব’ৰ্ডত চাৰি ঘণ্টাতকৈ অধিক সময় বাচি থকা নাছিল বুলিও জনাইছে।

ইফালে জুলীয়া পদাৰ্থত এই ভাইৰাছ বিধে ৬৬ মিনিট পৰ্যন্ত কাৰ্যক্ষম হৈ থাকে।

ষ্টেইনলেছ ষ্টীলত ৫ ঘণ্টা ৩৮ মিনিটৰ পিছত ভাইৰাছৰ বীজাণুবোৰ নিষ্কৰ্মা হোৱাৰ বিপৰীতে প্লাষ্টিকত ৬ ঘণ্টা ৪৯ মিনিটৰ পিছতহে নিষ্কৰ্মা হোৱা বুলি গেৱষকসলে দাবী কৰিছে।

তাম্ৰ পাত্ৰতো চাৰি ঘণ্টা জোৰা পৰীক্ষাৰ অন্তত ভাইৰাছবিধ ৪৬ মিনিটত নিষ্কৰ্মা হৈ পৰিছিল বুলি দাবী কৰিছে।

গৱেষকসকলৰ মতে তাম্ৰ পাত্ৰত ক’ৰ’না ভাইৰাছৰ জীৱন কাল আটাইতকৈ হ্ৰস্ব।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd