• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খৰচ বহুত! অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিবলৈ সামৰিক বিমানৰ ব্যৱহাৰ বন্ধ কৰিলে ট্ৰাম্প প্ৰশাসনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2025 9:00 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিবলৈ সামৰিক বিমান ব্যৱহাৰ কৰাটো সাময়িকভাৱে বন্ধ কৰি দিছে। ১ মাৰ্চত অবৈধ অনুপ্ৰৱেশকাৰী কঢ়িয়াই অনা সামৰিক বিমান আমেৰিকাৰ পৰা ৰাওনা হয়। তাৰ পাছৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিবলৈ পেন্টাগনৰ আন কোনো বিমান ব্যৱহাৰ কৰা হোৱা নাই। বৰ্তমান এই সন্দৰ্ভত কোনো সামৰিক বিমানৰ কোনো পূৰ্ব নিৰ্ধাৰিত সময়সূচী নাই। চৰকাৰী সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত আমেৰিকাৰ সংবাদ মাধ্যম ‘ৱাল ষ্ট্ৰীট জাৰ্নেল’ই প্ৰকাশ কৰা অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে কাৰণ সামৰিক বিমানেৰে অবৈধ অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়াটো ব্যয়বহুল।

দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ পাছত ট্ৰাম্পে আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰাৰ উদ্যোগ লৈছে। ট্ৰাম্প প্ৰশাসনে আমেৰিকাৰ সামৰিক বিমান চি-১৭ (গ্ল’বমাষ্টাৰ) আৰু চি-১৩০ ব্যৱহাৰ কৰি ভাৰত, গুৱেটামালা, ইকুৱেডৰ, পেৰু, হণ্ডুৰাছকে ধৰি বিভিন্ন দেশলৈ অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিছে। ইয়াৰ ভিতৰত আমেৰিকাই কেইবাখনো দেশলৈ সামৰিক বিমান প্ৰেৰণৰ বাবে তুলনামূলকভাৱে অধিক খৰচ কৰিছে।

Apply Now

ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি আমেৰিকাৰ পৰা প্ৰতিজন অবৈধ অনুপ্ৰৱেশকাৰীক সামৰিক বিমানেৰে গুৱেটামালালৈ পঠিয়াবলৈ ট্ৰাম্প প্ৰশাসনে ৪৬৭৫ ডলাৰ দিবলগীয়া হৈছিল। ভাৰতীয় মুদ্ৰাত প্ৰায় চাৰি লাখ টকা। যিহেতু আমেৰিকাৰ পৰা প্ৰতিজন অবৈধ অনুপ্ৰৱেশকাৰীক একেটা পথৰে বাণিজ্যিক বিমানেৰে গুৱেটামালালৈ পঠিয়ালে ৮৫৩ মাৰ্কিন ডলাৰ খৰচ হ’লহেঁতেন। ভাৰতীয় মুদ্ৰাত প্ৰায় ৭৪ হাজাৰ টকা।

আনকি ট্ৰাম্প ক্ষমতালৈ অহাৰ আগতেই আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিভিন্ন সময়ত নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হৈছিল। বিগত সময়ত আমেৰিকাই সাধাৰণতে অবৈধ অনুপ্ৰৱেশকাৰীক বাণিজ্যিক চাৰ্টাৰ বিমানেৰে নিজৰ দেশলৈ ঘূৰাই পঠিয়াইছিল। জো বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত অবৈধ অনুপ্ৰৱেশকাৰীক কঢ়িয়াই আমেৰিকাৰ চাৰ্টাৰ বিমানো ভাৰতত উপস্থিত হৈছিল। সেই বিমানসমূহ পৰিচালনাৰ দায়িত্ব আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট (ICE)ৰ। কিন্তু দ্বিতীয়বাৰ ক্ষমতালৈ অহাৰ পিছতো ট্ৰাম্পে সেই পথ অনুসৰণ কৰা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am
‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

September 27, 2026 8:52 am
মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

September 27, 2026 8:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd