• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যি সময়ত ছাত্ৰ-ছাত্ৰী শ্ৰেণীকোঠাত থাকিব লাগিছল সেই সময়ত চিকিৎসালয়ত, ৰাজপথত আছে : সুনীল গাভাস্কাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2020 9:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“দেশজুৰি এতিয়া চৰম অস্থিৰতা। যি সময়ত ছাত্ৰ-ছাত্ৰী শ্ৰেণীকোঠাত  থাকিব লাগিছিল সেই সময়ত ছাত্ৰ-ছাত্ৰী নামিবলগীয়া হৈছে ৰাজপথত। ৰাজপথত যোৱা একাংশ ছাত্ৰ-ছাত্ৰী থাকিব লগীয়া হৈছে চিকিৎসালয়ত” এই মন্তব্য কৰিছে প্ৰসিদ্ধ ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে।

সমগ্ৰ দেশ তথা ৰাজ্যতে বিজেপি চৰকাৰে জোৰকৈ জাপি দিয়া ‘কা’ লৈ প্ৰতিবাদ চলি থকাৰ মাজতে প্ৰসিদ্ধ ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে ‘কা’ লৈ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Apply Now

নতুন দিল্লীৰ লাল বাহাদুৰ শাস্ত্ৰীৰ মেমৰিয়েল বক্তৃতা অনুষ্ঠানত সুনীল গাভাস্কাৰে নাগৰিকত্ব (সংশোধন) আইনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় “আমি তেতিয়াহে আগুৱাই যাব পাৰিম যেতিয়া আমি একগোট হ’ম আৰু যেতিয়া আমি একগোট হওঁ তেতিয়া আমি জয়ী হওঁ। এইটো খেলে আমাক শিকায়।”

তাৰোপৰি প্ৰসিদ্ধ ক্ৰিকেটাৰ গৰাকীয়ে কয় যে, “ভাৰতে অতীত এনে বহু সংকট দেখিছে আৰু এনে সংকট কাল পাৰি কৰিছে। বৰ্তমানো এই সংকট ভাৰতে পাৰ কৰিব। কিন্তু আমি এখন দেশক তেতিয়াহে আগুৱাই নিব পাৰিম যেতিয়া আমি সকলো এখন দেশ হিচাপে একগোট হৈ কাম কৰিম।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm
নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd