• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশেষজ্ঞৰ নতুন আশংকা! : ভাৰতত ছেপ্তেম্বৰৰ মাজ ভাগত শীৰ্ষত উঠিব ক’ৰ’নাৰ গ্ৰাফ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2020 4:56 pm
Story-2-8-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ছেপ্তেম্বৰৰ মধ্য ভাগত ক’ৰ’নাৰ সংক্ৰমণৰ গ্ৰাফডাল উৰ্দ্ধমুখী হ’ব।

এই আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞ অধ্যাপক কে শ্ৰীনাথে।

Apply Now

ফাউণ্ডেশ্যন অৱ ইণ্ডিয়া প্ৰেছিডেন্টৰ অধ্যাপক কে শ্ৰীনাথৰ মতে ছেপ্তেম্বৰৰ মধ্য ভাগত দেশত ক’ৰ’নাৰ গ্ৰাফডাল শীৰ্ষত উঠাৰ সম্ভাৱনা আছে।

“এই ব্যাপক হাৰৰ ক’ৰ’না সংক্ৰমণ আমি প্ৰতিৰোধ কৰিব পাৰিব লাগিছিল। পৰিস্থিতি দ্ৰুত নিয়ন্ত্ৰণ কৰিবলৈ আমি চেষ্টা কৰা উচিত আছিল।” শ্ৰীনাথে কয়।

দেশত এই মুহূৰ্তলৈকে প্ৰায় ১০ লাখ ৭৭ হাজাৰ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। মৃত্যু হৈছে প্ৰায় ২৬ হাজাৰ আক্ৰান্ত।

উল্লেখ্য যে, দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যা যিমানে বৃদ্ধি পাইছে সেই অনুপাতে অৱশ্যে ক’ৰ’নাৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে।

কিন্তু আক্ৰান্তৰ উৰ্দ্ধমুখী হাৰে চিন্তিত কৰিছে চৰকাৰৰ লগে দেশবাসীক।

ইফালে ক’ৰ’না সংক্ৰমণ প্ৰতিৰোধত সফল হোৱা কেৰেলাত পুনৰ গণ সংক্ৰমণৰ লক্ষণ দেখা দিয়া বুলি মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কৰা ঘোষণাই উদ্বেগ বঢ়াই তুলিছে দেশবাসীৰ।

বিজয়নে জনোৱা অনুসৰি ৰাজ্যখনৰ তিৰুঅনন্তপুৰমৰ সমীপৰ কেইবাখনো গাঁৱত ৮৪ টি গণ সংক্ৰমণৰ ঘটনা ঘটিছে। য’ত প্ৰায় ৫০ শতাংশ মানুহ গণ সংক্ৰমণৰ দ্বাৰা সংক্ৰমিত হৈছে।

ইফালে মহাৰাষ্ট্ৰত পূৰ্ব সকলো ৰেকৰ্ড ভংগ কৰি শনিবাৰ দিনটোত ৮,৩৪৮ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। ৰাজ্যখনত কোভিড১৯ আক্ৰান্ত সংখ্যাই ৩ লাখ অতিক্ৰম কৰিছে।

দেশৰ প্ৰায়বোৰ ৰাজ্যতে প্ৰতিদিনে ক্ৰমাগতভাৱে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই গৈ আছে।

শনিবাৰে দেশত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি প্ৰায় ৩৯ হাজাৰ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

এইদৰে দেশত প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে। এই গতিত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই গৈ থাকিলে আগন্তুক ১০ আগষ্টৰ ভিতৰত দেশত ক’ৰ’নাক্ৰান্তৰ সংখ্যাই ২০ লাখ অতিক্ৰম কৰিব বুলি ধাৰণা কৰা হৈছে। আৰু ছেপ্তেম্বৰৰ মাজ ভাগত দেশত কোভিড আক্ৰান্ত গ্ৰাফডাল শীৰ্ষত অৱস্থান কৰিব!

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd