• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উচ্চতম ন্যায়ালয়ত মুখ থেকেচা ষড়যন্ত্ৰকাৰী বিজেপিৰ : ন্যায়ালয়ৰ ৰায়ে উদঙালে গণতন্ত্ৰ নিশেষ কৰাৰ চক্ৰান্ত

by
February 21, 2024 6:06 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ে দেশত গণতন্ত্ৰৰ বিজয় সাব্যস্ত কৰিছে। বুধবাৰে আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকা ৰজাই বিজেপিৰ ঘৃণনীয় ষড়যন্ত্ৰৰ বিৰুদ্ধে কঠোৰ বাক্যবাণ নিক্ষেপ কৰে। 

৩০ জানুৱাৰীত অনুষ্ঠিত মেয়ৰ নিৰ্বাচনত AAP আৰু ইণ্ডিয়া মিত্ৰজোটৰ প্ৰাৰ্থীক পৰাজিত কৰিবৰ বাবে বিজেপিয়ে কৰা কূট কৌশল পোহৰলৈ অহাৰ পাছত আম আদমী পাৰ্টি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। বিজেপিৰ প্ৰাৰ্থীক জিকাবলৈ ৰিটাৰ্ণিং বিষয়াই ৮ খন বেলট পেপাৰ নষ্ট কৰাৰ তথ্য অৱশেষত উচ্চতম ন্যায়ালয়ৰ মজিয়াত প্ৰমাণিত হয়। 

Apply Now

উচ্চতম ন্যায়ালয়ে পূৰ্বে ঘোষিত নিৰ্বাচনৰ ফলাফল নাকচ কৰি আপ আৰু ইণ্ডিয়া মিত্ৰজোটৰ প্ৰাৰ্থীক মেয়ৰ পদত জয়ী হোৱা বুলি ঘোষণা কৰে। দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই উচ্চতম ন্যায়ালয়ে দিয়া ঐতিহাসিক ৰায়ৰ জৰিয়তে দেশত গণতন্ত্ৰৰ বিজয় সাব্যস্ত হোৱা বুলি প্ৰকাশ কৰে। 

সংবাদ মেলত দলৰ মুখপাত্ৰ গৰাকীয়ে কয় যে যি সময়ত বিৰোধী নেতা সকলৰ বিৰুদ্ধে চৰকাৰে চিবিআই, ই ডি লগাই বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছে, সেই সময়ত দেশত গণতন্ত্ৰ হত্যাৰ ঘৃণনীয় ষড়যন্ত্ৰত লিপ্ত হৈছে শাসকীয় বিজেপি তথা মোদী চৰকাৰ।

ইপিনে, উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়ৰ পিছতে মঙলবাৰে নতুন দিল্লীত আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই ৰায়ক সংবিধান তথা গণতন্ত্ৰৰ বিজয় বুলি অভিহিত কৰিছে। 

আপৰ মুৰব্বী গৰাকীয়ে কয়- মোদী চৰকাৰে আজি সত্যক মষিমূৰ কৰি পেলাব বিচাৰিছে, কিন্তু সত্যৰ পৰাজয় হোৱা নাই। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছত আম আদমী পাৰ্টিৰ এই বিজয়ে প্ৰমাণ কৰিছে যে কৌশলগত ভাবে ঐক্যবদ্ধ হৈ কাম কৰিলে বিজেপিক পৰাজিত কৰা সম্ভৱ। কেজৰিৱালৰ মতে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনে প্ৰমাণ কৰিছে যে বিজেপিয়ে ভোট চুৰ কৰিব পাৰে। সেইবাবেই তেওঁলোকে আগন্তুক লোকসভা নিৰ্বাচনত ৩৭০ খন আসনত বিজয়ী হ’ব বুলি দাবী কৰিছে। বিজেপিক জনতাৰ ভোটৰ প্ৰয়োজন নাই বুলিও প্ৰচাৰ চলাইছে ।

মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ক আদৰণি জনাই এনেদৰেই সংবাদমেলত সৰৱ হয় দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd