DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

whatsapp statusৰ জৰিয়তে সকলোকে সতৰ্ক কৰি দিলে গুৱাহাটীৰ কৰ’না আক্ৰান্ত ব্যৱসায়ীজনে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 4, 2020 11:46 am
43k
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ কৰ’নাভাইৰাছৰ দ্বাৰা আক্ৰান্ত গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ এপাৰ্টমেণ্টত থকা ব্যৱসায়ী লোকজনৰ whatsapp statusএটা পোহৰলৈ আহিছে।

কালি নিশা তেওঁ এই ষ্টেটাছ দিছিল আৰু যোৱা ২ সপ্তাহৰ ভিতৰত তেওঁ  কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল সেয়া নিজে জনাবলৈ অনুৰোধ জনাইছিল।

লগতে তেওঁলোকক ১৪ দিন নিজকে কোৱাৰেন্টাইন কৰি ৰাখিবলৈও ব্যৱসায়ীজনে আহ্বান জনায়।

উল্লেখযোগ্য যে যিসময়ত কৰ’না আক্ৰান্তৰ শংকাত বহুতেই নিজকে লুকাই ৰখাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে, সেই সময়ত ব্যৱসায়ীজনে নিজেই আগবাঢ়ি আহি সকলোকে সতৰ্ক কৰি দিছে।

ছচিয়েল মিডিয়াৰ জৰিয়তে তেওঁ নিজৰ পৰিচয় লুকাই নৰখাকৈ স্পষ্টভাৱে তেওঁৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলকো কোৱাৰেন্টাইন যোৱাৰ বাবে আহ্বান জনাইছে।

WhatsApp Image 2020-04-04 at 10.47.46 AM নতুন
কৰ’না আক্ৰান্ত ব্যৱসায়ীজনৰ whatsapp statusটো।

লোকজনৰ নাম মনিষ তিবেৰৱাল(৪৫) বুলি জানিব পৰা গৈছে। যোৱা ১ মাৰ্চত দিল্লীৰ পৰা লোকজন ঘুৰি আহিছিল যদিও ১৪ দিনৰ ভিতৰত covid-19 ৰ উপস্থিতি ধৰা পৰা নাছিল।

দিল্লীৰ পৰা ঘূৰি আহি লোকজনে উশাহ নিশাহ লোৱাত কষ্ট হৈছিল আৰু GMCH ত চিকিৎসা সেৱা গ্ৰহণ কৰি আছিল। ২৫ দিন স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁ কালি COVID-19 পজিটিভ ধৰা পৰে। মানুহজন এজমা ৰোগতো আক্রান্ত আছিল।

জানিব পৰা মতে, কিছুদিন ঘৰতে কোৱাৰেন্টাইন কৰি ৰখা মনিষক বৰ্তমান এম এম চি এইচত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে।

মনিষৰ পৰিয়ালৰ লোককো কোৱাৰেন্টাইন কৰা হৈছে সৰুসজাই ষ্টেডিয়ামত। বৰ্তমালৈকে চিৰিয়াখানা সমীপৰ স্পেনিছ গাৰ্ডেন ছীল কৰা হোৱা নাই।

ইপিনে যোৱা ১০ মাৰ্চত মহানগৰীৰ কোনো এক স্থানত মনিষে হোলীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে অসমত নিজামুদ্দিনৰ সৈতে সম্পৰ্ক নথকা এইটো হৈছে প্ৰথমটো COVID-19 আক্ৰান্তৰ ঘটনা।

Tags: COVID19

Recent News

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা; মহিলাসহ দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা; মহিলাসহ দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd