• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভাত নাগৰিকত্ব বিধেয়ক গৃহীত কৰাত চৰকাৰৰ আশাত চেঁচাপানী ঢালিব পাৰে চাৰিটা দলে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 10, 2019 9:55 am
shah_modi_1575870864_618x347 4

মোদী-শ্বাহ যুটী। ফটো উৎস: বিজেপি

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোদী চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক আজি লোকসভাত উত্থাপন কৰে। লোকসভাত বিজেপিৰ সংখ্যাগৰিষ্ঠতা আছে। গতিকেই লোকসভাত বিধেয়কখন গৃহীত কৰাটো সহজ হৈ পৰিছে।

কিন্তু মোদী চৰকাৰৰ বাবে প্ৰত্যাহ্বানটো আহিব ৰাজ্যসভাতহে। অৱশ্যেই জনতা দল য়ুনাইটেড, টী আৰ এছ, ৱাই এছ আৰ আৰু শিৱসেনাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছে।

Apply Now

ৰাজ্যসভাত এনডিএৰ সংখ্যাগৰিষ্ঠতা নথকাৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাবলৈ অন্য দলৰ সহায়ৰ প্ৰয়োজন হ’ব।

বিগত দুটা বছৰত ৰাজ্যসভাত বিজেপি তথা এন ডি এৰ শক্তি বৃদ্ধি পাইছে। তদুপৰি, বিৰোধী দলৰ ভিতৰত বিজু জনতা দল আৰু এআইএডিএমকে দলে  নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতি সমৰ্থন দিব পাৰে।

ৰাজ্যসভাত বৰ্তমান মুঠ সদস্যৰ সংখ্যা ২৩৯গৰাকী। যদি সদনৰ প্ৰত্যেকেই ভোটদান কৰে তেতিয়াহ’লে সংখ্যাগৰিষ্ঠতাৰ বাবে ১২০টা ভোটৰ প্ৰয়োজন হ’ব।

এন ডি এক সমৰ্থন কৰিব পৰা দলকেইটাৰ কথা বিবেচনা কৰিলে সম্ভাৱ্য সংখ্যা হয়গৈ ১১৪। ইয়াৰ মাজত বিজেপিৰ ৮৩, বিজেডিৰ ৭, এআইএডিএমকেৰ ১১ আৰু আকালি দলৰ ৩গৰাকী সদস্য আছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিৰোধীৰ যি ক্ষোভ তালৈ চাই ৰাজ্যসভাত চৰকাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। কংগ্ৰেছৰ ৪৬, তৃণমূল কংগ্ৰেছৰ ১৩, সমাজবাদী পাৰ্টিৰ ৯, চিপিআইএম আৰু ডিএমকেৰ ৫গৰাকীকৈ আৰু আৰ জে ডি, এনচিপি আৰু বহুজন সমাজবাদী পাৰ্টিৰ ৪গৰাকীকৈ সদসস্যকে ধৰি বিপক্ষই ১০৮সংসদৰ সমৰ্থন লাভ কৰি আছে।

জেডিয়ু, ৱাইএছআৰ কংগ্ৰেছ আৰু টী আৰ এছৰ দৰে দলৰ স্থিতি এতিয়াও স্পষ্ট নহয়। এনেক্ষেত্ৰত এই দলকেইটাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে। এই দলকেইটাই চৰকাৰৰ বিৰুদ্ধে ভোটদান কৰাৰ সম্ভাৱনা কম আছে। দলকেইটাই ইয়াৰ পৰিৱৰ্তে চৰকাৰৰ সপক্ষে ভোট দিব পাৰে অথবা ভোটদান পৰা বিৰত তাকিব পাৰে। দল তিনিটাৰ মুঠতে ১৩গৰাকী সাংসদ আছে।

ইপিনে, শিৱসেনাই বিধেয়কখনৰ সমৰ্থনৰ বাবে এক চৰ্ত ৰাখিছে। তেওঁলোকে কৈছে যে দলটোৱে তেতিয়াহে চৰকাৰক সমৰ্থন জনাব যদি ২৫ বছৰ পৰ্যন্ত নাগৰিকত্ব লাভ কৰাসকলক ভোটদানৰ অধিকাৰ দিয়া নহয়। ৰাজ্যসভাত শিৱসেনাৰ ৪গৰাকী সাংসদ আছে।

দৰাচলতে, যদিহে দলকেইটা এন ডি এৰ সৈতে যায় তেতিয়া সংখ্যা বৃদ্ধি পাই হ’বগৈ ১২৭। এয়া সংখ্যাগৰিষ্ঠতাতকৈয়ো অধিক। কিন্তু যদি এওলোকে বোটদানত ভাগ নলয় তেতিয়াহ’লে সংখ্যাগৰিষ্ঠতা ১১১তে সীমিত হৈ ৰ’ব। তেনেক্ষেত্ৰত বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা নাথাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd