• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আহি পালে ২০১৯’ৰ ডিচেম্বৰত হ’বলগীয়া UGC NET পৰীক্ষাৰ আবেদনৰ তাৰিখ; চাওক সৱিশেষ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2019 4:32 pm
college-student-20171117092550

প্ৰতিনিধিত্বমূলক ফটো। উৎস : ইন্টাৰনেট

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেশ্যনেল টেষ্টিং এজেন্সিয়ে ডিচেম্বৰ মাহত অনুষ্ঠিত কৰিবলগীয়া নেশ্যনেল এলিজিবিলিটি টেষ্ট (NET) পৰীক্ষাৰ বাবে আবেদন প্ৰক্ৰিয়া অহা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব।

আবেদনৰ অন্তিম তাৰিখ হৈছে ২০১৯ৰ ৩ অক্টোবৰ।

Apply Now

পৰীক্ষাৰ সম্পূৰ্ণ সূচী ইতিমধ্যে ইয়াৰ আনুষ্ঠানিক ৱেবছাইট nta.ac.in ত আপলোড কৰা হৈছে।

নেট পৰীক্ষাৰ বাবে এডমিট কাৰ্ড ৯ নৱেম্বৰত মুকলি কৰি দিয়া হ’ব।

উল্লেখ্য যে য়ুজিচিৰ নেট পৰীক্ষা জুনিয়ৰ ৰিচাৰ্ছ ফেল’শ্বিপ আৰু এছিষ্টেন্ট প্ৰফেছৰ পদৰ যোগ্যতা নিৰ্দ্ধাৰণৰ বাবে আয়োজন কৰা হয়।

এছিষ্টেন্ট প্ৰফেছৰৰ বাবে প্ৰাৰ্থীসকলৰ নেট পৰীক্ষাত বহাৰ বয়সৰ কোনো উচ্চ সীমা নিৰ্দ্ধাৰণ কৰা হোৱা নাই যদিও জেআৰএফৰ বাবে প্ৰাৰ্থীৰ বয়স ১-৬ ২০১৯ত ৩০ বছৰৰ ভিতৰত হ’ব লাগিব।

এইক্ষেত্ৰত OBC, SC/ST/PwD/মহিলাৰ বাবে বয়সৰ সীমাৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে।

পৰীক্ষাৰ বাবে প্ৰশ্ন কাকতৰ আৰ্হি কেনেকুৱা হ’বঃ

-পৰীক্ষাৰ প্ৰশ্নকাকত-১ আৰু প্ৰশ্নকাকত-২ৰ বাবে মুঠ সময় থাকিব ৩ ঘন্টা।

– প্ৰশ্নকাকত-১’ত ১০০নম্বৰৰ ৫০টা প্ৰশ্ন থাকিব।

-প্ৰশ্নকাকত-২’ত ২০০ নম্বৰৰ ১০০ টা প্ৰশ্ন থাকিব।

-পৰীক্ষা কম্পিউটাৰ ভিত্তিক অৰ্থাৎ অনলাইন পদ্ধতিত হ’ব।

-প্ৰশ্নকাকত-১ আৰু প্ৰশ্নকাকত-২ৰ মাজত কোনো বিৰতি দিয়া নহয়।

UGC NET ২০১৯’ৰ বাবে কেনেকৈ কৰিব আবেদনঃ

ষ্টেপ-১- প্ৰথমতে ইয়াৰ আনুষ্ঠানিক ntanet.nic.in ৱেবছাইট  যাওক।

ষ্টেপ-২-  ‘NTA UGC NET 2019 December registration’  ত ক্লিক কৰক।

ষ্টেপ-৩- বিচৰা সকলো তথ্য সন্নিৱিষ্ট কৰক।

ষ্টেপ-৪-ভৱিষ্যতৰ বাবে প্ৰিন্ট আউট ল’বলৈ নাপাহৰিব।

কেতিয়া হ’ব পৰীক্ষাঃ

নেট’ৰ পৰীক্ষা ২০১৯’ৰ ২ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব। তদুপৰি, UGC NET ২০১৯’ৰ পৰীক্ষাৰ প্ৰৱেশ পত্ৰ ৯ নৱেম্বৰৰ পৰা সংগ্ৰহ কৰিব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd