• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অপাৰ ধৈৰ্য শক্তি : এচি ৰুমত পিতৃৰ মৃতদেহ থৈ পৰীক্ষা দিবলৈ গ’ল কন্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2023 6:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে তাইৰ পৰীক্ষা আছিল। পৰীক্ষা আছিল মেডিকেলৰ।  NEET পৰীক্ষাৰ দিনা ৰাতিপুৱাই শেষ নিশ্বাস ত্যাগ কৰিছিল ছোৱালীজনীৰ পিতৃয়ে।

পিতৃৰ আশা আছিল তেওঁৰ কন্যা এদিন এগৰাকী সফল চিকিৎসক হওক। পিতৃৰ  ইচ্ছা পূৰণৰ  বাবে মেডিকেলৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আহিছিল ছোৱালীজনীয়ে। কিন্তু পৰীক্ষা দিনাই শেষ নিশ্বাস ত্যাগ কৰিলে তাইৰ ৰুগীয়া পিতৃয়ে।

কিন্তু সেই সময়ত ধৈৰ্য নেহেৰুৱালে তাই। পিতৃৰ ইচ্ছাৰ কথা মনত পেলাই মন সবল কৰি, চকুৰ চকুলো ধৰি ৰাখি ঘৰৰে এচি ৰুমত পিত[ৰ মৃতদেহ শুৱাই পৰীক্ষাত বহিলগৈ কন্যা। সুকলমে পৰীক্ষা দি পৰীক্ষা কেন্দ্ৰৰ পৰা কান্দি কান্দি ওলাই আহিল তাই। পৰীক্ষা দি ঘৰলৈ আহি শ্মশানলৈ লৈ গ’ল পিতৃৰ মৃতদেহ। শেষবাৰৰ বাবে পিতৃৰ চৰণত সেৱা আগবঢ়াই মুখাগ্নি কৰিলে তাই।

এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ ঘোষপাৰা খুদিৰামপল্লীত।

লগতে পঢ়কঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান

প্ৰয়াত ব্যক্তিগৰাকীৰ নাম হৰধন ভট্টাচাৰ্য। তেওঁ আছিল স্থানীয় বলিয়া কামদেৱপুৰ জুনিয়ৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। অসুস্থতাৰ বাবে দেওবাৰে ঘৰতে তেওঁৰ মৃত্যু হয়। হৰধনৰ পত্নী কবিতা সিং ৰায় বৰ্তমান চকদহ বাপুজী বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী।

হৰধন ভট্টাচাৰ্য আৰু কবিতা সিং ৰায়ৰ একমাত্ৰ কন্যা মহৰ। মেডিকেলৰ পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ তেওঁ ৰাজস্থানৰ কোটাৰ এটা বিখ্যাত প্ৰশিক্ষক কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

দেউতাকৰ বেমাৰৰ খবৰ লাভ কৰি এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত ৰাজস্থানৰ পৰা ঘৰলৈ আহিছিল মহৰ। এপ্ৰিল মাহতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল হৰধন ভট্টাচাৰ্যক। কিন্তু পিছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁক ঘৰলৈ লৈ অনা হৈছিল।

লগতে পঢ়কঃ ২৫ হাজাৰ কিঃমিঃ বেগৰে আহি আছে বৃহৎ গ্ৰহাণু : খুন্দা মাৰিব নেকি পৃথিৱীত!‎

শনিবাৰে নিশা হঠাতে পুনৰ অসুস্থ হৈ পৰিছিল হৰধন ভট্টাচাৰ্য। পিছদিনা পৰীক্ষা থকা সত্বেও মাতৃৰ সৈতে গোটেই নিশা সাৰে আছিল মহৰ। কিন্তু ৰাতিপুৱা চিকিৎসাৰ ব্যৱস্থা কৰাৰ আগতেই সংসাৰৰ অধ্যায় সামৰি নেদেখা দেশলৈ গুচি গ’ল প্ৰাক্তন শিক্ষকগৰাকী।

শেষকৃত সমাপন কৰি আহি মহৰে ক’লে, ‘‘দেউতা সুস্থ হৈ থকা হ’লে মোক পৰীক্ষা কেন্দ্ৰলৈ লৈ গ’লহেঁতেন। দেউতাৰ সপোন আৰু ইচ্ছাক সন্মান জনাব খুজিয়েই মই পৰীক্ষা দিবলৈ গ’লোঁ। পৰীক্ষাৰ ফলাফল কি হ’ব নাজানো। প্ৰয়োজন হ’লে অহাবাৰ আকৌ এই পৰীক্ষাত অৱতীৰ্ণ হ’ম।’’

লগতে পঢ়কঃ নেদেখা দেশলৈ গুচি গ’ল প্ৰবীণ অবিনেতা মিহিৰজ্যোতি বৰুৱা

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

September 15, 2025 5:09 pm
১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

September 15, 2025 5:09 pm
১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd