• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুনৰ এবাৰ ভাৰতীয় দলৰ হৈ খেলাৰ সপোন পুহি ৰাখিছে ৰবিন উথাপ্পাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 24, 2020 4:22 pm

1 min read

পুনৰ এবাৰ ভাৰতীয় দলৰ হৈ খেলাৰ সপোন পুহি ৰাখিছে ৰবিন উথাপ্পাই
222
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেটৰ অভিজ্ঞ ক্ৰিকেটাৰ ৰবিন উথাপ্পাই ভাৰতীয় দলৰ হৈ পুনৰ এবাৰ খেলাৰ যি সপোন সেয়া সজীৱ হৈ আছে বুলি উল্লেখ কৰিছে।

এই সন্দৰ্ভত তেওঁ কয় যে যদিহে আই পি এলৰ আগন্তুক ছিজনত ভাল প্ৰদৰ্শন কৰিব পাৰো তেন্তে ৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ সুযোগ পাব পাৰো।

উথাপ্পাই শেষবাৰৰ বাবে ভাৰতীয় দলৰ হৈ ২০১৫ বৰ্ষত জিম্বাবেৰ বিৰুদ্ধে  খেলিছিল।

২০২০ বৰ্ষৰ আই পি এলত উথাপ্পাই ৰাজস্থান ৰয়েলছৰ হৈ খেলিব।

আক্ৰমক বেটছমেন উথাপ্পাই কয়, ‍‘মই সদায় পজিটিভ থাকো আৰু নিগেটিভ সময়তো মই আশাৰ পোহৰ দেখো। মই ভাবো ভগৱানৰ ইচ্ছাত পুনৰ এবাৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব পাৰিম’।

তেওঁ লগতে কয়, ‍‘যিসকল খেলুৱৈয়ে প্ৰতিযোগিতামূলক ক্ৰিকেট খেলে সেই সকলোবোৰ ক্ৰিকেটাৰেই নিজৰ দেশৰ হৈ খেলিব ইচ্ছা কৰে। সেয়ে মই এতিয়াও সপোন পুহি ৰাখিছো’।

উল্লেখ্য যে ২০০৬ চনত ইংলেণ্ডৰ বিৰুদ্ধে অভিষেক ঘটিছিল ৰবিন উথাপ্পাৰ। ভাৰতৰ হৈ তেওঁ ৪৬ খন এদিনীয়া আৰু ১৩ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল।

আই পি এলত তেওঁ ১৭৭ খন মেচত অংশ লৈ ৪ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰিছে।

Recent News

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd