• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ধৰ্মীয় আশ্ৰম খুলি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকা “সাধু”ৰ আদালতত আত্মসমৰ্পণ

আশ্ৰমত বিক্ৰী হৈছিল ফেন্সিডাইল, য়ুবা টেবলেট, ব্ৰাউন ছুগাৰ, হেৰ’ইন

তন্ময় চক্ৰবৰ্তী by তন্ময় চক্ৰবৰ্তী
February 3, 2020 6:53 pm
Sadhu Manas Das

আদালতত আত্মসমৰ্পণ কৰা সাধু মানস দাস।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্মীয় আশ্ৰম খুলি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকা এজন সাধুৱে তিনি মাহ পলাই থকাৰ পিছত আজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

ঘটনাটো ত্ৰিপুৰাৰ ছেপাহী জিলাৰ বিশালগড়ৰ।

Apply Now

মানস দাস নামৰ এই “সাধু”জনে বিশালগড়ৰ শীতলতিলা নামৰ ঠাইখনত থকা নিজৰ ঘৰৰ সন্মুখতে এখন আশ্ৰম খুলিছিল দীৰ্ঘদিনৰ পৰা “অসাধু” ব্যৱসায় চলাই আহিছিল।

তেওঁৰ আশ্ৰমত হিন্দু ধৰ্মৰ বিভিন্নজন দেৱ-দেৱীৰ ফটো ওলমি থাকে যদিও ভিতৰুৱাকৈ পায় ফেন্সিডাইল, য়ুবা টেবলেট, ব্ৰাউন ছুগাৰ, হেৰ’ইন আদি মাৰাত্মক ড্ৰাগছ।

জানিব পৰামতে, ভক্তৰূপী গ্ৰাহকৰ নিয়মীয়াকৈ ভ্ৰমণ ঘটিছিল এই আশ্ৰমলৈ।

যোৱা ৩১ ডিচেম্বৰত আৰক্ষীয়ে হঠাতে আশ্ৰমখনত অভিযান চলায় আৰু ৬জন লোকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ ভাষ্যমতে, এই লোককেইজন ড্ৰাগছৰ ব্যৱসায়ত জড়িত। অভিযানৰ সময়ত কিছুমান ড্ৰাগছো জব্দ কৰিছিল আৰক্ষীয়ে।

কিন্তু অভিযানটোৰ সময়ত আশ্ৰমৰ মুৰব্বী মানস দাস আৰক্ষীৰ চকুত ধূলি দি পলাবলৈ সক্ষম হৈছিল।

যোৱা প্ৰায় এমাহ ধৰি পলাই থকাৰ পিছত মানস দাসে আজি আদালতত আত্মসমৰ্পণ কৰে।

চৰকাৰী অধিবক্তা জ্যোতিপ্ৰকাশ সাহাই কয়, অভিযুক্তৰ অধিবক্তাই জামিনৰ আৱেদন কৰিছিল যদিও আদালতে সেয়া নামঞ্জুৰ কৰে আৰু তাৰ পৰিৱৰ্তে সাধুজনক ১৪ দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে।

তন্ময় চক্ৰবৰ্তী

তন্ময় চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd