• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰতিবাদ, ধৰ্ণাৰ মাজেৰে অসমৰ উন্নয়নৰ ফোপোলা স্বৰূপ প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে নেকি?

১৪৪ ধাৰা জাৰি কৰা গুৱাহাটী আৰক্ষীৰ কাণ্ডক ধিক্কাৰ ডি ৱাই এফ আইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2023 12:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই অসমত আন্দোলন নোহোৱা হৈছে বুলি কৈ থকাৰ মাজতে গুৱাহাটী আৰক্ষীয়ে ইয়াৰ অন্তৰ্গত তিনিখন জিলাত প্ৰতিবাদ, ধৰ্ণা, শ্ল’গান প্ৰদান কৰা আদি কাৰ্যসূচীক প্ৰতিহত  কৰিবলৈ ১৪৪ ধাৰা জাৰি কৰিছে।

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন(ডি ৱাই এফ আই) অসম ৰাজ্যিক কমিটিয়ে এনে কাণ্ড গণতন্ত্ৰৰ ওপৰত ধাৰাবাহিকভাৱে চলি থকা আক্ৰমণৰ এক অংশ বুলি অভিহিত কৰিছে।

Apply Now

ৰাজ্যখনৰ আইন শৃংখলা ৰক্ষা কৰাত যে গৃহ বিভাগ বাৰুকৈয়ে বিফল হৈছে সেয়া স্পষ্ট। ইতিমধ্যে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই আইনৰ শাসনৰ দুৰৱস্থা উদঙাই দিছে। জোনমণি ৰাভাৰ মৃত্যুৰ নিৰপেক্ষ তদন্তৰ দাবী ৰাইজে স্বতঃস্ফূৰ্তভাৱে উত্থাপন কৰিছে। এক পক্ষপাতমুক্ত তদন্ত হ’ব বুলি অসম চৰকাৰে এতিয়াও ৰাইজক আশ্বস্ত কৰিব পৰা নাই। অন্যহাতে চৰকাৰখনে উন্নয়নৰ বিৰাট ঢাক-ঢোল কোবালেও জনসাধাৰণৰ ক্ৰমবৰ্ধমান ক্ষোভ সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ব্যৰ্থ বিজেপি চৰকাৰখন অৱগত। এক বৃহৎ নিযুক্তি মেলাৰ আয়োজন কৰিছে যদিও চৰকাৰ জ্ঞাত যে অ’ভাৰলেপিঙৰ ফলত বঞ্চনাৰ বলি হোৱা পৰীক্ষাত অৱতীৰ্ণ লাখ লাখ যুৱক-যুৱতীও ক্ষোভিত।

ৰাজ্যখনৰ শিক্ষক সংগঠনসমূহেও স্থায়ী প্ৰধান শিক্ষক নিযুক্তি, ঠিকাভিত্তিক  শিক্ষকক স্থায়ী কৰা আদি বিষয়লৈও ৰাজ্যখন উত্তাল কৰি আছে। বিজ্ঞান আৰু গণিত মাতৃভাষাৰ সলনি ইংৰাজীত শিক্ষা প্ৰদান আৰু ৰাজহুৱা শিক্ষানুষ্ঠান ধ্বংসৰ অভিযান, স্থানীয় যুৱক-যুৱতীৰ সলনি বহিঃৰাজ্যৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান আদি বিষয়কলৈ ছাত্ৰ-যুৱ সমাজ প্ৰতিবাদমুখৰ হৈ উঠিছে।

জনসাধাৰণৰ সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰখনে এতিয়া সভা সমিতি, প্ৰতিবাদ, ধৰ্ণা আদি সংবিধান প্ৰদত্ত গণতান্ত্ৰিক অধিকাৰৰ ওপৰত চৰম আক্ৰমণ নমাই আনিবলৈ উদ্যত। তাৰেই প্ৰতিফলন হ’ল ১৪৪ ধাৰা জাৰি কৰা কাণ্ড। এইয়া যেন এক অঘোষিত জৰুৰীকালিন অৱস্থা।  অসমৰ উন্নয়নৰ ফোপোলা স্বৰূপ গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনৰ সময়ত প্ৰতিবাদ, ধৰ্ণাৰ মাজেৰে প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে নেকি? প্ৰতিবাদ, ধৰ্ণালৈ ভয় নকৰি ৰাইজৰ সমস্যা সমাধান কৰাত হে চৰকাৰখনে মনোনিৱেশ কৰা উচিত ।

১৪৪ ধাৰা জাৰি কৰি যে ৰাইজৰ ক্ষোভ আৰু প্ৰতিবাদ স্তব্ধ কৰিব পৰা নাযায় সেয়া নিশ্চিত । সেয়ে গণতন্ত্ৰ বিৰোধী  ১৪৪ ধাৰা জাৰি কৰা নিৰ্দেশ তাৎক্ষণিকভাৱে বাতিল কৰিবলৈ ডি ৱাই এফ আই-এআহ্বান জনাইছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd