• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিকা আৰু দুৰ্নীতিমুক্ত নিযুক্তি নিশ্চিত কৰিবলৈ দাবী ডি ৱাই এফ আইৰ

অভাৰলেপিং প্ৰতিৰোধ কৰা, প্ৰাৰ্থীক উত্তৰ বহী (অ' এম আৰ)ৰ প্ৰতিলিপি, প্ৰশ্নকাকত আনিবলৈ দিয়া আৰু  ফলাফল ঘোষণা কৰোতে মেৰিট ব্যৱস্থা কৰক : ডি ৱাই এফ আই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 16, 2024 8:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে  তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১৪ হাজাৰ খালী পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিম বুলি কৰা আনুষ্ঠানিক ঘোষণাক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে আঁ‌দৰণি জনাইছে আৰু নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু দুৰ্নীতিমুক্ত কৰিবলৈ দাবী উত্থাপন কৰিছে। ডি ৱাই এফ আইয়ে পূৰ্বৰ এ ডি আৰ ইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি প্ৰক্ৰিয়াত হোৱা দুৰ্নীতি অনিয়মৰ কথা মনত ৰাখি দাবী কৰিছে – এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত অভাৰলেপিঙৰ সমস্যা যাতে নহয় তাৰ বাবে আৱেদন কৰাৰ সময়তে প্ৰতিটো পদত প্ৰাৰ্থীয়ে যাতে অগ্ৰাধিকাৰ দিব পাৰে তাৰ ব্যৱস্থা কৰক। প্ৰাৰ্থীসকলক পৰীক্ষাৰ পিছত উত্তৰ বহী( অ’ এম আৰ) আৰু প্ৰশ্নকাকত নিবলৈ দিয়াৰ লগতে ফলাফল ঘোষণা কৰোঁতে কাট অফ আৰু মেৰিট লিষ্ট্ প্ৰকাশ কৰাৰ ব্যৱস্থা কৰক।

পূৰ্বৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ ক্ষেত্ৰত অভাৰলেপিঙৰ ফলত বহু পদ  খালী হৈয়ে থাকি গৈছিল। উচ্চ শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত কোনো পৰীক্ষণৰ ব্যৱস্থা নকৰাত প্ৰকৃত যোগ্যতাসম্পন্ন প্ৰাৰ্থীসকল বঞ্চিত হ’বলগীয়া হৈছিল। গুৰুত্বপূৰ্ণ কথাটো হৈছিল চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াৰ কোনো মেধা তালিকা আৰু কাট অফ নম্বৰ প্ৰকাশ নকৰি চৰম অস্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়া সমাপন কৰিছিল। আনকি মুখ্যমন্ত্ৰীৰ পূৰ্বৰ সমষ্টি জালুকবাৰীৰ অন্তৰ্গত শুৱালকুছিৰ ৫৫/৫৬ বছৰীয়া ব্যক্তিয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল। এনে যুক্তিসংগত ৰাজহুৱা অভিযোগ উত্থাপিত হোৱাৰ পাছতো অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথাবোৰ উৰুবাই দি অনিয়মক মান্যতা দি যোৱাৰ পথহে গ্ৰহণ কৰিছিল। আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

Apply Now

এনে প্ৰেক্ষাপটতে পুনৰ ১৪ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি দিবলৈ ওলোৱাত এই প্ৰাসংগিক প্ৰশ্নসমূহ উত্থাপিত হৈছে আৰু অসম চৰকাৰৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ কথাৰ বিশ্বাসযোগ্যতাকলৈ ডি ৱাই এফ আয়ে প্ৰশ্ন উত্থাপন কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা এপিএছচি আৰ্হিত পাতিম বুলি কোৱা বা অসমৰ মহাবিদ্যালয়ত নিযুক্তিৰ বাবে  পি আৰ চি উঠাই দিবলৈ বিচৰা সিদ্ধান্ত বতিল কৰিছে যদিও এনে গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰোঁতে কিমান গভীৰভাৱে চৰকাৰখনে চিন্তা কৰে সেয়া এক ডাঙৰ প্ৰশ্ন।

এনেবোৰ কথা-কাণ্ডৰ বাবে অসম চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু দুৰ্নীতিমুক্ত হোৱৰ বিষয়টোকলৈ ডি ৱাই এফ আই উদ্বিগ্ন।

 ডি ৱাই এফ আইৰ স্পষ্ট আভিযোগ যে পূৰ্বতে এপিএছচিৰ পৰা আৰম্ভ কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰতিটো নিযুক্তি প্ৰক্ৰিয়াত বিয়াগোম কেলেংকাৰীৰ আৰু অনিয়ম হৈছে। এপিএছচিৰ পৰীক্ষাৰ পৰা অসমীয়াসহ স্থানীয় ভাষাৰ বাধ্যতামূলক প্ৰশ্ন কাকত উঠাই দিয়াৰ ফলত শেহতীয়াকৈ বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। ৰাকেশ পালৰ অধীনত হোৱা দুৰ্নীতি অনিয়মৰ কথাটো ক’বই নালাগে।

ডি ৱাই এফ আইয়ে স্বচ্ছ আৰু দুৰ্নীতিমুক্ত নিযুক্তি নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থাৰ লগতে অভাৰলেপিং প্ৰতিৰোধ কৰা, প্ৰাৰ্থীক উত্তৰ বহী (অ’ এম আৰ)ৰ প্ৰতিলিপি, প্ৰশ্নকাকত আনিবলৈ দিয়া আৰু  ফলাফল ঘোষণা কৰোঁতে মেৰিট ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd