• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সমগ্ৰ দেশতে ভোটাৰ তালিকা পুনৰীক্ষণৰ ইংগিত, ১০ ছেপ্তেম্বৰত বৈঠকৰ আহ্বান নিৰ্বাচন আয়োগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2025 7:06 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰত বিশেষ ভোটাৰ তালিকা পুনৰীক্ষণক লৈ বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে এটা ডাঙৰ সিদ্ধান্ত লৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। আয়োগৰ সূত্ৰ অনুসৰি বিহাৰ নিৰ্বাচনৰ লগে লগে ভোটাৰ তালিকা সংশোধনৰ কাম আৰম্ভ হ’বলৈ গৈ আছে। ইয়াৰ বাবে আয়োগে ১০ ছেপ্টেম্বৰত দিল্লীত এখন বিশেষ বৈঠক আহ্বান কৰি ৰাজ্যসমূহৰ মতামত গ্ৰহণ কৰিছে।

সূত্ৰসমূহে জনোৱা মতে, ১০ ছেপ্টেম্বৰত দিল্লীত দেশৰ সকলো মুখ্য নিৰ্বাচনী বিষয়াক বৈঠকৰ বাবে মাতি অনা হৈছে। এই সন্দৰ্ভত বিতং আলোচনা হ’ব। এই বৈঠকত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ লগতে অন্যান্য আয়ুক্তসকল উপস্থিত থাকিব। প্ৰসংগক্ৰমে বিহাৰত নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণক লৈ বিৰোধী দলসমূহে বিজেপিক আক্ৰমণ কৰিছে।

Apply Now

কেৱল আৰজেডি, কংগ্ৰেছেই নহয়, বাওঁপন্থী দল, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টিয়েও বিৰোধিতা কৰিছে। আটাইকেইজনে অভিযোগ কৰিছে যে বিৰোধীৰ নাম বাছনি কৰি বাদ দিয়া হৈছে। মূলতঃ দলসমূহে কেন্দ্ৰত থকা শাসকীয় দলটোক আগন্তুক নিৰ্বাচনত বিশেষ সুবিধা লাভৰ বাবে আয়োগক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

মন কৰিবলগীয়া যে, এইবাৰ বিহাৰৰ বাহিৰেও অহা বছৰ পশ্চিম বংগ, অসম, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত নিৰ্বাচন আছে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি বিহাৰৰ পিছত সমগ্ৰ দেশতে বিশেষ ভোটাৰ তালিকা সংশোধনৰ কাম আয়োগে সম্পন্ন কৰিব। যাৰ ওপৰত ইণ্ডিয়া আৰু এন ডি এ মিত্ৰজোঁটৰ মাজত প্ৰতিদ্বন্দ্বিতা শিখৰত উপনীত হ’ব পাৰে।

ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আয়োগক পাৰমাণৱিক বোমা বিস্ফোৰণ আৰু ভোটৰ ৰিগিঙৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ লগে লগে তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জী আৰু তামিল ডি এম কেৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ভোটাৰ তালিকা পুনৰীক্ষণৰ তীব্ৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে। তৃণমূলৰ নেতা অভিষেক বেনাৰ্জীয়ে পোনপটীয়াকৈ হুংকাৰ দিছে যে যদি কোনো এজন বৈধ ভোটাৰকো তালিকাৰ বাহিৰত বাদ দিয়া হয় তেন্তে দিল্লীত প্ৰতিবাদ বিয়পি পৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd