DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধানৰ সলনি পতান! বাংলাপাৰা পথাৰত কৃষি বিষয়াৰ ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ; ক্ষতিপূৰণ দাবী ভূক্তভোগী কৃষকৰ

ইয়াছিন আলী by ইয়াছিন আলী
May 22, 2021 10:31 am
IMG20210518110603

ফটো: নৰ্থইষ্ট নাও।

182
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ অভয়াপুৰী কৃষি চক্ৰৰ অন্তগৰ্ত বাংলাপাৰা, গণবিন্যা আৰু নাম্বাৰপাৰা তৃতীয় খণ্ডৰ পথাৰত বজাৰৰ পৰা ক্ৰয় কৰা Monsut Chem নামৰ কোম্পানীয়ে যোগান ধৰা ধানৰ বীজ বজাৰৰ পৰা ক্ৰয় কৰি খেতি কৰাৰ পিছত কেইবা শতাধিক বিঘা ইৰি ধান খেতিত ধানৰ সলনি পতান ওলোৱাত চকুপানী টুকিলগীয়া হৈছে কৃষক সকলে।

কৃষকৰ দুখ দুৰ্গতিৰ ওপৰত সংবাদ প্ৰকাশ হোৱাৰ পিছত শুকুৰবাৰে উত্তৰ শালমাৰা মহকুমা কৃষি বিষয়া, সহকাৰী কৃষি সম্প্ৰসাৰণ সহায়কে ধাননি পথাৰ পৰ্যবেক্ষণ কৰে।

কৃষিজীৱী ৰাইজক উক্ত সম্প্ৰসাৰণ বিষয়াজনে দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে বিভাগীয় উৰ্দ্ধতম কৰ্তৃপক্ষক অৱগত কৰোৱা বুলি জানিব দিয়ে।

আনহাতে, ক্ষতিগ্ৰস্ত খেতিয়ক সকলে চৰকাৰক এক কালীন সাহায্য দিয়াৰ বাবে আহ্বান জনায়।

উক্ত কৃষক সকলে মূৰৰ ঘাম মাটিত পেলাই জাকত জিলিকা কৈ ধান খেতি গঢ়ি তুলিছিল যদিও শেষত ধানৰ সলনি পতান ওলোৱাৰ বাবে কৃষক সকলে মূৰে কপালে হাত দিছে।

এপিনে কৰোণাৰ ত্ৰাস, আনপিনে কৃষি ক্ষেত্ৰত লোকচানৰ সন্মুখীন কৃষক সকলে   যাতে পৰৱৰ্তী বছৰ পুনৰ কৃষি কাৰ্য কৰিব পাৰে তাৰ বাবে চৰকাৰৰ ওচৰত সাহায্য বিচাৰিছে।

Recent News

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd