DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আকৌ আহিব নেকি সামুদ্ৰিক ঘূৰ্ণী বতাহ! : কি কৈছে বতৰ বিজ্ঞান বিভাগে?

এইবাৰ ওড়িশাত আঘাত কৰিব পাৰে সামুদ্ৰিক ধুমুহাই!

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2020 8:13 pm
index
765
VIEWS
Share on FacebookShare on Twitter

আম্ফানৰ আঘাত মাৰ নৌযাওঁতে পুনৰ সামূদ্ৰিক বতাহে বিধ্বস্ত কৰিব পাৰে দেশৰ এটা প্ৰান্ত।

এই আশংকাৰ কথা প্ৰকাশ কৰিছে মৌচন ভৱনে।

আগন্তুক তিনি দিনৰ ভিতৰত ইয়াৰ গতি প্ৰকৃতিৰ সম্পৰ্কত নিশ্চিত হ’ব বুলি জনাইছে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে।

বৃহস্পতিবাৰৰ ভিতৰত বতৰ বিজ্ঞান বিভাগ এই সংক্ৰান্তত নিশ্চিত হ’ব।

এই সম্ভাৱ্য ঘূৰ্ণী বতাহে ওড়িশাত আঘাত কৰাৰ সম্ভাৱনা আছে বুলি জনাইছে বতৰ বিজ্ঞান বিভাগে।

সোমবাৰে দুপৰীয়া মৌচম ভৱনে জনাইছে যে, উত্তৰ ওড়িশা ও সংলগ্ন অঞ্চলত সমুদ্ৰপৃষ্ঠৰ ০.৯ কিলোমিটাৰৰ পৰা ৭.৬ কিলোমিটাৰ ওপৰত দক্ষিণ দিশে এই সামুদ্ৰিক ধুমুহাই অৱস্থান কৰিছে।

আগন্তুক তিনি দিনত মন্থৰ গতিৰে সেই প্ৰৱাহ উত্তৰৰ পৰা পশ্চিম দিশে অগ্ৰসৰ হ’ব বুলি জনাইছে মৌচম বিভাগে।

উল্লেখ্য যে বিগত ২০ মে’ত পশ্চিমবংগ আৰু বাংলাদেশত সামুদ্ৰিক ধুমুহা আম্ফানে ধ্বংসলীলা চলাইছিল।

বিধ্বস্ত কৰি পেলাইছিল পশ্চিমবংগৰ স্বাভাৱিক জনজীৱন।

আম্ফানৰ ফলত মৃত্যু ঘটিছিল ৮৬ জন লোকৰ।

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd