• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আহি আছে ড° নগেন শইকীয়াৰ গল্পৰ আধাৰত নিৰ্মিত ছবি ‘ওৱাইড এংগল’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2023 6:04 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাইজৰ মাজলৈ আহি আছে জয়ন্ত নাথৰ পৰিচালনাত নিৰ্মিত ছবি ‘ওৱাইড এংগল’। ছবিখনৰ কাহিনী ড° নগেন শইকীয়াৰ এটি বহুচৰ্চিত গল্পৰ আধাৰত ৰচনা কৰা হৈছে ৷ 

অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ সময়ৰ এজন সৎ নিষ্ঠাবান ফটো সাংবাদিকৰ জীৱন সংগ্ৰামৰ কাহিনীক মূল বিষয়বস্তু  হিচাপে লৈ গল্পটো ৰচনা কৰা হৈছিল৷ 

Apply Now

বিশিষ্ট নাট্যকাৰ পংকজজ্যোতি ভূঞাই উক্ত গল্পটোৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰিছে৷ পৰিচালকে জানিবলৈ দিয়া মতে, গল্পটোৰ লগত কিছু চৰিত্ৰ তথা উপকাহিনী সংযোগ ঘটোৱা হৈছে৷ 

ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে যুৱ প্ৰযোজক দেৱজ্যোতি বৰা ৷ ইতিমধ্যেই ছবিখনৰ শ্বুটিং সমাপ্ত হৈছে।

পৰিচালক জয়ন্ত নাথে ছবিখন নিৰ্মাণ কৰাৰ সম্পৰ্কে কয়, “১৯৮৩ চনৰ কাহিনী চিত্ৰৰূপ দিওতে কিছু কষ্ট হল ৷ সেই সময়ৰ সাজসজ্জা , বেশভূষাকে ধৰি সকলো দিশ চাবলগা হৈছে ৷ অসম আন্দোলনৰ বিভিন্ন কাৰ্যসূচী চিত্ৰায়ন কৰিবলৈ চেষ্টা কৰা হৈছে ৷ এই সমুহ নিখুঁতকৈ দেখুৱাবলৈ সকলোৱে  বহু কষ্ট কৰাবলগীয়া হৈছে ৷ এজন সৎ সাংবাদিকৰ সহজ সৰল সংঘাতেৰে ভৰা জীৱন লগতে অসমৰ সমসাময়িক ঘটনা সমুহ ডাঙি ধৰাই ছবিখন নিৰ্মানৰ মুল উদ্দেশ্য ৷” 

উল্লেখ্য যে, ছবিখনৰ প্ৰযোজনা দেবজ্যোতি বৰাৰ ৷ সহ প্ৰযোজক অৰিনী গগৈ বৰা।  কাহিনী ড° নগেন শইকীয়াৰ , চিত্ৰনাট্য পংকজজ্যোতি ভূঞাৰ , পৰিচালনা আৰু সংগীত জয়ন্ত নাথৰ , কেমেৰাত আছে সুমন দুৱৰা । 

ৰূপসজ্জাৰ দায়িত্বত আছে বিশ্ব কলিতা , দৃশ্যসজ্জা বিচিত্ৰ বৰা আৰু মানস বৰঠাকুৰৰ , সাজসজ্জা জুৰিৰানী নাথৰ , সম্পাদনা দেবজিত দত্তৰ। ছবিখনৰ মুখ্য সহকাৰী পৰিচালক দিপক নাথ , সহকাৰী পৰিচালক চিন্ময় দত্ত , দেবব্ৰত শইকীয়া আৰু আকাশজ্যোতি নাথ ৷ 

সহকাৰী কেমেৰামেন অতুল স্বৰ্গীয়াৰী আৰু মিন্টু বৰ্মন ৷ শব্দগ্ৰহন ৰাজতিলক ডেকাৰ ৷ প্ৰযোজনা নিয়ন্ত্ৰক মিন্টু বৰা আৰু পাৰ্থ বৰঠাকুৰ ৷

জানিব পৰা মতে ছবিখনত  অভিনয় কৰিছে তপন দাস , অপৰ্না দত্ত চৌধুৰী , পবিত্ৰ বৰুৱা , জলি লস্কৰ , জুবিন গাৰ্গ , জেতবন বৰুৱা , মুক্তাৰুল হুছেইন , ৰূপকুমাৰ বৰা দীপাংকৰ ৰয় , ধ্যানী মহন , ৰাজীব গোস্বামী , গীতাৱলী ৰাজকুমাৰীকে ধৰি কেইবাজনো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd