DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম শক্তি প্ৰতিষ্ঠানৰ প্ৰথমখন দীক্ষান্ত সমাৰোহ; আসন বৃদ্ধিৰ প্ৰচেষ্টাৰ আশ্বাস কেন্দ্ৰীয় মন্ত্ৰীৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
November 18, 2021 5:22 pm
WhatsApp Image 2021-11-18 at 4.04.01 PM

ফটো: নৰ্থইষ্ট নাও।

167
VIEWS
Share on FacebookShare on Twitter

অসম শক্তি প্ৰতিষ্ঠানৰ প্ৰথমখন দীক্ষান্ত সমাৰোহ বৃহস্পতিবাৰে শিৱসাগৰস্থিত ৰাজীৱ গান্ধী পেট্ৰোলিয়াম প্ৰতিষ্ঠানৰ (RGIPT) চৌহদত অনুষ্ঠিত হয়।

সমাৰোহত কেমিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল, পেট্ৰোলিয়াম ইঞ্জিনিয়াৰিং আদি বিভিন্ন কাৰিকৰী পাঠ্যক্ৰম সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলক ডিপ্লমা, মেডেল আদি প্ৰদান কৰা হয়।

এই সমাৰোহতে শৈক্ষিক দিশৰ লগতে ৰাজীৱ গান্ধী পেট্ৰোলিয়াম ইনষ্টিটিউটৰ আন্ত:গাথঁনি ওপৰতো আলোচনা কৰে।

সমাৰোহত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক মন্ত্ৰী ডা: ৰণোজ পেগু, বিধায়ক সুশান্ত বৰগোঁহাই ,অ’এন জি চি, অইল ইণ্ডিয়া লিমিটেডৰ উচ্চ পদস্থ বিষয়ববীয়া সকল উপস্থিত থাকে।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ভাষণ প্ৰসংগত ৰাজীৱ গান্ধী পেট্ৰোলিয়াম ইনষ্টিটিউটে ভাৰতবৰ্ষৰক আত্মনিৰ্ভৰশীল কৰি তোলাত সহায় কৰিব বুলি উল্লেখ কৰে। অনাগত দিনত শৈক্ষিক প্ৰতিষ্ঠান খনত আসনৰ সংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা চলাব বুলি আশ্বাস দিয়ে তেলীয়ে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অসমৰ তৈল খণ্ডৰ উন্নয়ন সন্দৰ্ভতো বক্তব্য আগবঢ়ায়। তদুপৰি কুঁহিয়াৰ, খেৰ, বাঁহ আদিৰ পৰা তেল কেনেকৈ প্ৰস্তুত কৰিব পাৰি সেই সন্দৰ্ভত এদিন পূৰ্বে দিয়া ভাষণৰ ভুল ব্যখ্যা সংবাদ মাধ্যমত প্ৰচাৰ কৰা বুলি স্বীকাৰোক্তি দিয়ে তেলীয়ে।

ইয়াৰ উপৰিও ডিগবৈ তেল শোধনাগাৰৰ ক্ষমতা বৃদ্ধি কৰা হ’ব বুলি সদৰী কৰে ৰামেশ্বৰ তেলীয়ে। ৰাজীৱ গান্ধী পেট্ৰোলিয়াম ইনষ্টিটিউটৰ আসন ২১০ৰ পৰা ১০০০ খনলৈ বৃদ্ধিৰ প্ৰচেষ্টা চলাব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে।

ড° এছ শ্যমাসুন্দৰৰ সঞ্চালনাত অনুষ্ঠিত সমাৰোহত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দেশৰ নতুন শিক্ষা নীতি সন্দৰ্ভতো ভাষণ প্ৰদান কৰে।

উল্লেখযোগ্য যে ৰাজীৱ গান্ধী পেট্ৰোলিয়াম ইনষ্টিটিউটত উক্ত পাঠ্যক্ৰমসমূহৰ ২১০ খন আসন আছে।

Recent News

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd