• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০ জুনত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ; আকাশত সৃষ্টি হ’ব ‘ৰিং অফ ফায়াৰ’, ভাৰতৰ পৰা যাব নে দেখা?

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2021 9:21 pm
sol
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই বছৰতে ইতিমধ্যে বিশ্ববাসীয়ে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ সাক্ষী হোৱাৰ পাছত এইবাৰ বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব বিশ্বৰ বহু প্ৰান্তৰ লোক।

অহা ১০ জুনত হ’বলগীয়া এই বিৰল বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ সময়ছোৱাত আকাশত সৃষ্টি হ’ব ৰিং অফ ফায়াৰ (ring of fire)।

Apply Now

১০ জুনৰ দিনা দিনৰ ১.৪২ বজাত সূৰ্যগ্ৰহণ আৰম্ভ হ’ব আৰু অন্ত পৰিব সন্ধিয়া ৬.৪১ বজাত।
বছৰৰ এই প্ৰথমটো সূৰ্যগ্ৰহণ ৰাছিয়া, গ্ৰীণলেণ্ড,উত্তৰ-পূৱ কানাডা,উত্তৰ মেৰু আদিৰ পৰা সম্পূৰ্ণ ৰূপত দেখা যাব। ইউৰোপ,উত্তৰ আমেৰিকা,এছিয়াৰ কিছু অঞ্চল আদিৰ পৰা এই গ্ৰহণ আংশিক ৰূপত দেখা যাব।

ইপিনে, নাছাৰ বিজ্ঞানীসকলে এই সূৰ্যগ্ৰহণ খালী চকুৰে চাবলৈ মানা কৰিছে। তেওঁলোকে ছানগ্লাছৰ সলনি টেলিস্কোপৰ জৰিয়তে সাৱধানতাৰে প্ৰত্যক্ষ কৰাৰ বাবে পৰামৰ্শ দিছে।
বিজ্ঞানীসকলে এই সূৰ্যগ্ৰহণ চোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰাৰ কথা দোহাৰিছে।

১০ জুনত হ’বলগীয়া এই সূৰ্যগ্ৰহণ বলয়গ্ৰাস সূৰ্যগ্ৰহণ হ’ব য’ত চন্দ্ৰই সূৰ্যক ঢাকি ধৰিব। কিন্তু চন্দ্ৰৰ আয়তন সৰু হোৱাৰ বাবে সূৰ্যই চন্দ্ৰৰ কাষেৰে ৰশ্মি বিকিৰম কৰিব আৰু ইয়াৰ ফলত আকাশত আঙুঠিৰ দৰে আকৃতি দেখা যাব যাক কোৱা হয় ৰিং অফ ফায়াৰ।

খালী চকুৰে ইয়াক প্ৰত্যক্ষ কৰিলে চকু নষ্ট হোৱাৰ লগতে অন্ধত্ব প্ৰাপ্তিৰো সম্ভাৱনা আছে। সেয়েহে, সম্পূৰ্ণ কাৰিকৰী সাৱধানতা অৱলম্বন কৰিহে ইয়াক প্ৰত্যক্ষ কৰাটো সমীচীন হ’ব।
অৱশ্যে পৰিতাপৰ কথাটো হ’ল ভাৰতৰ কোনো ঠাইৰ পৰাই এই সূৰ্যগ্ৰহণ দেখা পোৱা নাযাব।

১০ জুনৰ বাদেও ৪ ডিচেম্বৰত হ’বলগীয়া আংশিক সূৰ্যগ্ৰহণো ভাৰতৰ পৰা দেখা পোৱা নাযাব।
স্বাভাৱিকতে এই বিৰলপ্ৰায় সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰাৰ বাবে বিশ্বৰ মহাকাশ বিজ্ঞানীসকল যথেষ্ট উৎসুক হৈ পৰিছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd