DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিড আক্ৰান্ত হৈ কিংবদন্তি দৌৰবিদ ‘উৰন্ত শিখ’ মিলখা সিঙৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 19, 2021 6:37 am
milkha-singh1-1624041547

মিলখা সিং।

178
VIEWS
Share on FacebookShare on Twitter

‘উৰন্ত শিখ’ ভাৰতৰ এগৰাকী কিংবদন্তি দৌৰবিদ মিলখা সিঙৰ দেহাৱসান ঘটিছে। কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত মিলখা সিঙক চণ্ডীগড়ৰ এখন কোভিড হাস্পাতালৰ আইচিইউত ৰখা হৈছিল আৰু তাতেই তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯১বছৰ।

যোৱা মাহত কোভিডত আক্ৰান্ত হোৱা মিলখা সিঙৰ পত্নী নিৰ্মল কৌৰো পাছত কোভিডত আক্ৰান্ত হৈ কেইদিনমান পূৰ্বে মৃত্যু ঘটিছিল। পত্নীৰ মৃত্যু হোৱা এসপ্তাহ নৌহওতেই কিংবদন্তি এথলেটগৰাকীৰো বিয়োগ ঘটিল।

কোভিডৰ পৰা সুস্থ হোৱাৰ পাছত মিলখা সিঙক চিকিৎসকৰ বিশেষ তত্বাৱধানত নন-কোভিড আইচিইউত ৰখা হৈছিল। বৃহস্পতিবাৰে নিশাৰ পৰাই তেওঁৰ অক্সিজেন লেভেল হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল।

শুকুৰবাৰে সন্ধিয়া শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ পাছত অৱশেষত মৃত্যুৰ সৈতে যুঁজত হাৰ মানে মিলখা সিঙে।

শুকুৰবাৰে নিশা ১১বাজি ৩০ মিনিটত মিলখা সিঙে শেষ নিশ্বাস ত্যাগ কৰা বুলি হাস্পাতালৰ এক বিজ্ঞপ্তিত জনোৱা হয়।

In the passing away of Shri Milkha Singh Ji, we have lost a colossal sportsperson, who captured the nation’s imagination and had a special place in the hearts of countless Indians. His inspiring personality endeared himself to millions. Anguished by his passing away. pic.twitter.com/h99RNbXI28

— Narendra Modi (@narendramodi) June 18, 2021

কিংবদন্তি মিলখা সিঙে ভাৰতৰ বাবে বহু গৌৰৱ কঢ়িয়াই আনিছিল। এছিয়ান গেমছত দেশত প্ৰতিনিধিত্ব কৰি চাৰিটা স্বৰ্ণ পদক জয় কৰিছিল মিলখাই।

১৯৫৮চনত টকিঅ’ এছিয়াডৰ ২০০ আৰু ৪০০ মিটাৰ দৌৰত চেম্পিয়ন হৈছিল মিলখা সিং। ১৯৬০ চনৰ ৰোম অলিম্পিকৰ ৪০০মিটাৰৰ ফাইনেলত চতুৰ্থ স্থান লাভ কৰি অলপৰ বাবে পদকৰ বঞ্চিত হৈছিল ‘উৰন্ত শিখ’ মিলখা।

কিংবদন্তি মিলখা সিঙৰ বিয়োগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিভিন্ন নেতাই শোক প্ৰকাশ কৰিছে।

Recent News

AAP Delhi liquor scam

সুৰা কেলেংকাৰীৰ পৰা আহৰণ কৰা ধন ব্যয় হৈছিল গোৱা নিৰ্বাচনত! আপৰ বিৰুদ্ধে বিস্ফোৰণ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

Himanta Biswa Sarma on Child Marriage

বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি: কাইলৈৰ পৰা গ্ৰেপ্তাৰ হ’ব বাল্যবিবাহৰ লগত জড়িত লোক

বাজেটত নিবনুৱা, দৰিদ্ৰতাৰ বিষয়ে দিয়া নাই গুৰুত্ব; নতুন কৰ ব্যৱস্থাৰ ওপৰতো প্ৰশ্ন তুলিলে পি চিদাম্বৰমে

বাজেটত নিবনুৱা, দৰিদ্ৰতাৰ বিষয়ে দিয়া নাই গুৰুত্ব; নতুন কৰ ব্যৱস্থাৰ ওপৰতো প্ৰশ্ন তুলিলে পি চিদাম্বৰমে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd