DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চীনক সমৰ্থন কৰি নিজৰ দেশতে সংকটত ইমৰাণ খান; বৈদেশিক বিভাগে দিলে সকীয়নি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2020 8:20 am
49198608_303

চীনৰ ৰাষ্ট্ৰপতি জিন পিঙৰ সৈতে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খান।

61.4k
VIEWS
Share on FacebookShare on Twitter

চীনৰ সৈতে বন্ধুত্বই পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ বাবে সংকটহে কঢ়িয়াই আনিছে। তেওঁ এতিয়া নিজৰ দেশতে সমালোচনাৰ সন্মুখীন হৈছে।

চীনক সমৰ্থন কৰাকলৈ পাকিস্তানৰ বৈদেশিক বিভাগে ইমৰাম খানক সকীয়াই দিছে।

বৈদেশিক বিভাগে কয় যে যদি পাকিস্তানে চীনক সমৰ্থ কৰিবলৈ নেৰে তেতিয়াহ’লে ই বিশ্ব পৰ্যায়ত এলাগী হৈ পৰিব।

বাতৰি অনুসৰি, বৈদেশিক বিভাগে কয় যে ভাৰতৰ সৈতে সংঘাচ আৰু কৰ’না সংকটৰ বাবে চীন আন্তা:ৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰভাৱে সমালোচিত হৈছে।

যদি পাকিস্তানে চীনৰ সৈতে ইয়াৰ নীতিৰ পৰ্যালোচনা নকৰে তেতিয়াহ’লে ই বিশ্বৰ অৰ্থনৈতিক শক্তিসমূহৰ ক্ষোভ বৃদ্ধি কৰি তুলিব।

কোৱা হৈছে যে এই অৰ্থনৈতিক শক্তিসমূহে ভাৰতৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ পাছত চীনক বিশ্বস্তৰত একাষৰীয়া কৰাৰ বাবে কাম কৰি আছে।

চীনক চকু মুদি সমৰ্থন জনোৱা পাকিস্তানৰ বাবে ডাঙৰ আঘাততো তেতিয়াই আহিল যেতিয়া য়ুৰোপীয় য়ুনিয়ন আৰু ব্ৰিটেইনে পাকিস্তানী এয়াৰলাইনছৰ বিমানসমূহক ইন্ধন ভৰোৱাটো নিষিদ্ধ কৰি দিয়ে।

ভাৰতৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ পাছত চীনৰ বিৰুদ্ধে য়ুৰোপৰ দেশসমূহে চীনক একাষৰীয়া কৰাৰ বাবে তৎপৰ হৈ পৰিছে।

এইক্ষেত্ৰত ইছলামবাদৰ ধাৰণা যে পাকিস্তানেও এতিয়া এই দেশসমূহৰ ক্ষোভৰ বলি হ’বলগীয়া হ’ব পাৰে।

Recent News

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd