• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিৱেশ আৰু বন বিভাগৰ দ্বাৰা বেদখলমুক্ত কৰা হৈছে ৰাজ্যৰ ৩৪০০ হেক্টৰ ভূমি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2021 6:38 am
eviction-750x375

ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত পৰিৱেশ আৰু বন বিভাগে ৩৪০০ হেক্টৰতকৈ অধিক বন বিভাগৰ মাটি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে।

২০১৬-২০ চনৰ ভিতৰত বিভাগে সংৰক্ষিত বনাঞ্চল, বন্যপ্ৰাণী অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু অন্যান্য সংৰক্ষিত অঞ্চলৰ ৩০০০ তকৈ অধিক অঞ্চলৰ অবৈধ দখলৰ পৰা উদ্ধাৰ কৰিছে। এই অভিযানসমূহত ২৯৬০ টা অবৈধ নিৰ্মাণ ধ্বংস কৰাৰ উপৰিও ১৯৪ জন ব্যক্তিক আটক কৰিছে।

Apply Now

২০২১ চনৰ এপ্ৰিল মাহৰ পৰা ২৩ জুনৰ ভিতৰত ৯১৫ হেক্টৰ ভূমি এইদৰে অবৈধ বেদখলমুক্ত কৰা হয়।

নামনি অসম মণ্ডলত, ১৮৫.৫৫ হেক্টৰ ভূমি, উজনি অসম মণ্ডলত ২.৫ হেক্টৰ ভূমি, কাৰ্বি আংলং পশ্চিম অঞ্চলৰ ৬১৫ হেক্টৰ ভূমি, কাৰ্বি আংলং পূৱ মণ্ডলৰ ৫০ হেক্টৰ ভূমি, কোকৰাঝাৰৰ হাতুগাঁওত ৪০ হেক্টৰ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলৰ প্ৰায় ২২ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হয়।

পৰিৱেশ আৰু বন বিভাগে সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানক অবৈধ দখলৰ পৰা সম্পূৰ্ণভাৱে মুক্ত কৰিবলৈ এক অভিযানৰ সূচনা কৰিছে।

পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে প্ৰশাসন আৰু পুলিচ বিভাগৰ সহযোগিতাৰ দ্বাৰা বন্যভূমি অবৈধ বেদখলমুক্ত কৰিবলৈ তেওঁ দৃঢ় প্ৰতিজ্ঞ।

“বনাঞ্চল, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, জৈৱসংৰক্ষিত অঞ্চল আৰু অন্যান্য সংৰক্ষিত অঞ্চলত এইধৰণৰ কাৰ্য-কলাপৰ প্ৰতি শূন্য সহনশীল নীতি গ্ৰহণ কৰা হ’ব“ বুলিও তেওঁ উল্লেখ কৰে।

নিয়ম ভংগকাৰীৰ বিৰূদ্ধে আইন অনুযায়ী কঠোৰ পদক্ষেপ লোৱাৰ কথাও তেওঁ অৱগত কৰে।

বিভাগে গৌণ খনিজ আহৰণ অঞ্চলসমূহৰ বালি আৰু শিলৰ মহলসমূহৰ পৰা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰাৰ বাবে ৪৯ টা মহল কাৰ্যক্ষম কৰি তোলাত গুৰুত্ব আৰোপ কৰিছে। মুঠ ৪১৮ টা মহলৰ ভিতৰত ২৯৭ টা উজনি আৰু নামনি অসম মণ্ডলৰ অন্তৰ্গত আৰু ১২১ টা ষষ্ঠ অনুসূচীৰ অন্তৰ্গত।

ইয়াৰ ভিতৰত উজনি আৰু নামনি অসমত ১২৬ টা মহল কাৰ্যকৰী অৱস্থাত আছে আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত ৮১ টা মহল বৰ্তমান চলিত অৱস্থাত আছে। ৫৭ টা মহলৰ বাবে ইতিমধ্যেই নিবিদা প্ৰকাশ কৰা হৈছে, ৫৫ টা নিবিদা অনুযায়ী মীমাংসা কৰা হৈছে আৰু ৫০ টা মহল মোকৰ্দমাৰ অধীনত আছে।

২০২০-২১ চনত বিভাগে ৩০২.৩৮ কোটি টকা আৰু ২০.০২ কোটি টকা ২০২১-২২ ৰ জুন মাহ পৰ্যন্ত ৰাজহ হিচাপে সংগ্ৰহ কৰিছে।

ৰাজ্যৰ সেউজ আৱৰণ বঢ়োৱাৰ উদ্দেশ্যে বিশাল হাৰত বনানীকৰণ অভিযান হাতত লোৱা হৈছে। এইক্ষেত্ৰত ছছিয়েল ফৰেষ্ট্ৰী ৱিঙৰ দ্বাৰা এখন কৰ্মপৰিকল্পনা প্ৰস্তুত কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm
বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm
বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd