• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান! কোনো কোভিড-১৯ ৰোগীৰ সংস্পৰ্শলৈ নহাকৈ বঙাইগাওঁৰ চাৰিগৰাকী লোকৰ দেহলৈ এই মাৰাত্মক ভাইৰাচ আহিল কেনেকৈ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 30, 2020 4:14 pm
95260473_10157530843578983_3598491164442886144_n

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোনো কোভিড ৰোগীৰ সংস্পৰ্শলৈ নহাকৈ বঙাইগাওঁৰ চাৰিগৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কোভিদ-১৯ পজিটিভ ভাইৰাচ। বঙাইগাওঁ অসামৰিক চিকিৎসালয় পৰিদৰ্শনৰ পাছতে এই কথা সদৰী কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

‘আজিৰ চাৰিওটা কেচৰে কোনো সংস্পৰ্শলৈ অহাৰ ৰেকৰ্ড নাই। তেওঁলোক কোনো পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা নাছিল। সাধাৰণ জ্বৰ হোৱাৰ বাবে সন্দেহবশতঃ এওঁলোকৰ চেম্প’ল বিলাক পৰীক্ষাৰ বাবে পঠিওৱা হৈছিল।‘ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

Apply Now

ইপিনে, কোনো ৰোগীৰ সংস্পৰ্শলৈ নহাকৈ ধৰা পৰা অসমত এইটো প্ৰথম ঘটনা বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে কয়, ‘চাৰিগৰাকীৰ দেহলৈ কেনেকৈ এই ভাইৰাছ আহিল এই সম্পৰ্কে গভীৰভাৱে অনুসন্ধান কৰিব লাগিব। কেনেকৈ সংস্পৰ্শলৈ আহিল সেইটোৰ তথ্য আজিলৈকে আমাৰ হাতত নাই।‘

‘কাইলৈৰ ভিতৰত এই চাৰিজন ৰোগীয়ে কাৰোবাক লগ পাইছিল নেকি বা কোনোবা বাহিৰৰ পৰা অহা লোকৰ সৈতে সংস্পৰ্শ হৈছিল নেকি সেয়া গম পোৱা যাব।‘ মন্ত্ৰীগৰাকীয়ে লগতে কয়।

ইপিনে, এই মুহূৰ্তত বঙাইগাওঁৰ ৰাইজ অত্যন্ত সাৱধান হৈ থকাটো প্ৰয়োজন বুলি উনুকিয়াই দি তেওঁ লগতে কয়, ‘বঙাইগাওঁৰ লোকসকলে এতিয়া যিমান ভয় খাই আছে তাতকৈ বেছি ভয় খাব লাগিব।‘

মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি আজি বঙাইগাওঁৰ চাপ্ৰাকাটাৰ অনুপম ঠাকুৰীয়া, আমগুৰি পাৰ্ট ২ ৰ দীপক মল্লিক, চহিদ বেদীৰ ববিতা বাচফৰ, ৰেইলৱে কলনীৰ ৰীণা বিশ্বকৰ্মাৰ দেহত এই মাৰাত্মক ভাইৰাছ ধৰা পৰিছে।

ইয়াৰে তিনিটা কেচ বঙাইগাওঁ নগৰৰ পৰা লাভ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘তিনিওটা কেচৰে তিনি কিল’মিটাৰ দূৰত্বলৈকে জিলা উপায়ুক্তই কন্টেইনমেন্ট জ’ন ঘোষণা কৰিব। বঙাইগাওঁ জিলাখন ৰেড জ’ন হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। জিলাখনত একেৰাহে ৫ টাকৈ কোভিদ-১৯ পজিটিভ কেচ পোৱা গৈছে।‘

কাইলৈৰ পৰা ৰেণ্ডম বেচিছত এই ৰোগ ধৰা পৰা বঙাইগাওঁৰ পাঁচখন ঠাইৰ পৰা ২৫ টাকৈ চেম্প’ল সংগ্ৰহ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

ইপিনে, ‘যিখন প্ৰদেশত এটাও কেচ নাছিল, জিলাসমূহত এতিয়া এটা এটাকৈ বাঢ়ি গৈ আছে, চৰকাৰৰ আগত প্ৰত্যাহ্বান কি আছে?’ বুলি এজন সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয়, ‘কেচটো বাঢ়েগা জবতক ভেকছিন ঔৰ মেডিচিন নেহি মিলেগা কেচটো বাঢ়েগা। লেকিন কম কিটনা কৰ সকতা হে। জবতক মেডিচিন ঔৰ ভেকচিন নেহি নিকালেগা তবতক নটিছ মে ৰেহনাহি পৰেগা।‘

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd