• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বৰ্গৰ দ্বাৰ! চাওক মহাকাশত হোটেল পৰিকল্পনাৰ ভাইৰেল Video

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 23, 2019 4:54 pm

1 min read

The Gateway Foundation developing robust space construction industry

দি গে’টৱে’ ফাউণ্ডে’চন পৰিকল্পিত স্পে’চক্ৰাফ্ত। সৌজন্য-- টুইটাৰ।

32.6k
VIEWS
Share on FacebookShare on Twitter

এমেৰিকান সংস্থা দি গে’টৱে’ ফাউণ্ডে’চনে মহাকাশত হোটেল খোলাৰ পৰিকল্পনা বাস্তৱ ৰূপায়ণত নামিছে।

সংস্থাটোৱে ২০২৭ চনৰ ভিতৰত মহাকাশত আৱাস সম্ভৱ হ’ব বুলি আশা কৰিছে।

সংস্থাটোৰ উদ্যোগ লৈছে নাছা, বিমান নিৰ্মাণ কোম্পানি বয়িঙত কাম কৰাৰ অভিজ্ঞতা থকা বহুকেইগৰাকী ব্যক্তিয়ে।

কেইবাখনো আগশাৰীৰ এমেৰিকান বিশ্ববিদ্যালয়ত গৱেষণা সম্পন্ন কৰা বহুকেইগৰাকী ব্যক্তিও প্ৰকল্পটোত জৰিত আছে।

ৰথৰ চকাৰ দৰে ঘূৰি থকা মহাকাশ আস্থান এটাত তাৰকা হোটেলৰ সকলো সুবিধাৰে সৈতে সংস্থাটোৱে দৰ্শনাৰ্থীক শূন্যত ভ্ৰমণ কৰোৱাৰ পৰিকল্পনা কৰিছে।

মহাশূন্যত পৃথিৱীৰ দৰে এই সকলো সুবিধাৰ ব্যৱস্থা কৰাৰ বাবে সংস্থাটোৱে “কৃত্ৰিম মধ্যাকৰ্ষণ বল”ৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছে।

সংস্থাটোৱে কৰি থকা পৰিকল্পনা ৰূপায়্ণৰ কামৰ ভিডিঅ’ ইউটিউবত মুকলি কৰিছে আৰু এইবোৰ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd