• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2025 5:13 pm
7.8k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰক নাগৰিক প্ৰতিৰক্ষা আইন অনুসৰি জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ নিৰ্দেশ দিছে। পাকিস্তানৰ সৈতে সীমান্তৰ উত্তেজনা বৃদ্ধি পোৱাক লৈ শুকুৰবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু আই বি মুৰব্বীৰ সৈতে হোৱা জৰুৰী বৈঠকৰ অন্তত গৃহ মন্ত্ৰালয়ে এই নিৰ্দেশনা প্ৰেৰণ কৰে।

গৃহ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি শুকুৰবাৰে সকলো ৰাজ্যৰ গৃহ সচিব আৰু প্ৰশাসনক নাগৰিক প্ৰতিৰক্ষা আইনৰ অধীনত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ কোৱা হৈছিল। এই নিৰ্দেশনাৰ প্ৰধান কাৰণ হ’ল ৰাজ্য চৰকাৰসমূহে বিভিন্ন সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

উল্লেখ্য যে ১৯৬৮ চনৰ অসামৰিক প্ৰতিৰক্ষা নিয়মৰ ১১ নং নিয়ম অনুসৰি যুদ্ধ পৰিস্থিতিত শত্ৰুৰ শিবিৰৰ পৰা আক্ৰমণ আহিলে ৰাজ্যসমূহে বিশেষ ক্ষমতা প্ৰয়োগ কৰিব পাৰে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

কেন্দ্ৰৰ অনুৰোধত কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্প বাতিল এছিয়ান ডেভেলপমেণ্ট বেংকৰ

কেন্দ্ৰৰ অনুৰোধত কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্প বাতিল এছিয়ান ডেভেলপমেণ্ট বেংকৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

বিশ্ব মঞ্চ কঁপালে থাইলেণ্ডৰ যুৱতীয়ে! ২০২৫ চনৰ মিছ ৱৰ্ল্ড খিতাপ জয় অ’পাল সুচাটা চুৱাংশ্ৰীৰ

বিশ্ব মঞ্চ কঁপালে থাইলেণ্ডৰ যুৱতীয়ে! ২০২৫ চনৰ মিছ ৱৰ্ল্ড খিতাপ জয় অ’পাল সুচাটা চুৱাংশ্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd