• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিজেপি নেতাৰ পুত্ৰৰ গুণ্ডামী : ষ্টেশ্যনৰ পৰা আনিবলৈ বিলাসী বাহনৰ সলনি মাৰুতি চুইফট পঠোৱাৰ বাবে ৰাজভৱনৰ বিষয়াক প্ৰহাৰ কৰিলে ৰাজ্যপালৰ পুত্ৰই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 14, 2024 12:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৰিষ্যাৰ ৰাজ্যপাল তথা বিজেপিৰ প্ৰাক্তন মন্ত্ৰী ৰঘুবৰ দাসৰ পুত্ৰৰ গুণ্ডাগিৰিয়ে কঁপাইছে উৰিষ্যা।

যোৱা সপ্তাহত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভ্ৰমণৰ সময়ত উৰিষ্যাৰ ৰাজভৱনত সংঘটিত হৈছে এই ঘটনা।

Apply Now

অভিযোগ অনুসৰি ৰাজ্যপালৰ পুত্ৰ আৰু তেওঁৰ সংগীসকলে ৰাজভৱনৰ ভিতৰতে দুৱাৰত তলা মাৰি ৰাজভৱনত নিযুক্ত ৰাজ্যিক সংসদীয় পৰিক্ৰমা কাৰ্যালয়ৰ সহকাৰী খণ্ড বিষয়া বৈকুণ্ঠনাথ প্ৰধানক তীব্ৰ প্ৰহাৰ কৰে।

এই ঘটনাত বিষয়াগৰাকীৰ পত্নীয়ে আৰক্ষীক এজাহাৰ দাখিল কৰিছে।

বৈকুণ্ঠ নাথ প্ৰধানৰ পত্নীয়ে অভিযোগ কৰিছে যে যোৱা ৭ জুলাইৰ নিশা ৰাজ্যপাল দাসৰ পুত্ৰ ললিত দাসে তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ আৰু আন ৫জন লোকৰ সৈতে তেওঁৰ স্বামীক প্ৰহাৰ কৰিছিল।

যেতিয়া ৰাজ্যপালৰ প্ৰধান সম্পাদক স্বস্বত মিশ্ৰৰ ওচৰত অভিযোগ উত্থাপন কৰা হয়, তেতিয়া তেওঁ প্ৰথমে মানি লোৱা নাছিল। ইয়াৰ পিছতে ভুক্তভোগীৰ পত্নীয়ে পুৰি বিচ থানাত খবৰ দিয়ে।

জানিব পৰা মতে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰৰ পুৰী ভ্ৰমণ উপলক্ষে বৈকুণ্ঠ প্ৰধানক ৰাজভৱনৰ প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছিল।

অভিযোগ অনুসৰি ৭ তাৰিখে ৰাজ্যপালৰ পুত্ৰ ললিত কুমাৰ দাসক ষ্টেচনৰ পৰা আনিবলৈ এখন গাড়ী পঠোৱাৰ কথা আছিল। কিন্তু ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে সকলো গাড়ী ব্যস্ত থকাৰ বাবে বিলাসী গাড়ীৰ সলনি এখন মাৰুতি চুজুকি গাড়ী ষ্টেচনলৈ প্ৰেৰণ কৰা হয়। সেই কথাত ক্ষুব্ধ হৈ ললিতে বিষয়াজনক প্ৰহাৰ কৰে।

বৈকুণ্ঠনাথে তেওঁৰ এজাহাৰত দিয়া বক্তব্য অনুসৰি যোৱা ৭ জুলাইৰ নিশা প্ৰায় ১১:৪৫ বজাত তেওঁ নিজৰ কাৰ্যালয়ত বহি থকাৰ সময়তে উৰিষ্যাৰ ৰাজ্যপালৰ ব্যক্তিগত ৰান্ধনী আকাশ সিং তালৈ গৈছিল। আকাশে তেওঁক কয় যে ললিতে তেওঁক লগ কৰিব বিচাৰে। তাৰ পিছত বিষয়াগৰাকীক প্ৰহাৰ কৰে ললিত দাসে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd